অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

24 Apr 2019

আই টি বি পিত 121 টা কনিষ্টবল পদত চাকৰিৰ সুযোগ: Job recruitment at Indo Tibetan Boarder Police Force


Job recruitment at Indo Tibetan Boarder Police Force
Job recruitment at Indo Tibetan Boarder Police Force

ইণ্ডো
টিব্বেটান 'ৰ্ডাৰ পুলিচ 'ৰ্চ চমুকৈ আই টি বি পিত খালী হোৱা কনিষ্টবল পদৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন পাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে

পদৰ বিবৰণ (Details of Posts):
পদৰ সংখ্যা: 121 টা
ক্ৰীড়া শাখাত এই পদসমূহ নিযুক্তি দিয়া হব বিভিন্ন ক্ৰীড়া শাখা সমূহ হল-
1. এথলেটিকছ
2. জুড'
3. বক্সিং
4. জিমনাষ্টিক
5. আৰ্চাৰী
6. মল্লযুঁজ, আৰু
7. কাৰাটে

অৰ্হতা (Qualification):
পদসমূহৰ বাবে পাৰ্থী নূন্যতম মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব
লগতে পাৰ্থী গৰাকীয়ে ৰাস্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব লাগিব

বয়স (Age):
পাৰ্থীৰ বয়স 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হব লাগিব

দৰমহা (Salary):
মাহিলি 21,700 টকাৰ লগতে অন্যান্য বানচ সমূহ

আবেদন মাচুল (Application Fees):
আবেদনকাৰীয়ে 100 টকা মাচুল দিব লাগিব অৱশ্যে ST, SC আৰু মহিলা আবেদনকাৰীয়ে মাচুল দিব নালাগে

কেনেকৈ আবেদন কৰিব (How to Apply):
অনলাইন যোগে আবেদন কৰিব লাগিব তলত দিয়া লিংকত গৈ আবেদন কৰিব পাৰিব

আবেদনৰ অন্তিম তাৰিখ: 21 জুন,2019

আবেদন কৰিবলৈ ক্লিক কৰক: Click Here