অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

20 Apr 2019

নেচনেল ল' ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি, অসমত একাউণ্টেণ্ড পদ: Job vacancy at National Law University and Judicial Academy, Assam

The job in Assam

Job vacancy at National Law University and Judicial Academy, Assam 


নেচনেল ' ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি, অসমৰ শিশু অধিকাৰ কেন্দ্ৰত খালী হোৱা নিম্নলিখিত পদৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন বিচৰা হৈছে

পদসমূহৰ বিৱৰণ (Details of Posts):
পদৰ নাম: একাউণ্টেন্ড
পদৰ সংখ্যা: 01 টা

দৰমহা (Salary):
30,000 টকা প্ৰতি মাহে + DA/TA আৰু অন্যান্য বানচ ইউনিভাৰ্চিটি নিয়ম অনুসৰি

শিক্ষাগত অৰ্হতা (Education Qualification):
1. কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি. কম. বা চাৰ্টাৰ একাউণ্টেণ্ড (ইন্টাৰ) কৰা হব লাগিব
2. দুবছৰৰ নিম্নবৰ্গৰ সহায়ক হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব
3. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব

কেনেকৈ আবেদন কৰিব (How to Apply):
ইচ্ছুক আৰু অৰ্হতাসম্পৰ্ণ পাৰ্থীসকলে তলত দিয়া আবেদনৰ আৰ্হিত আবেদন কৰিব লাগিব
প্ৰয়োজনীয় চৰ্তৱলী:
1. আবেদনকাৰীয়ে কেৱল তলত দিয়া আৰ্হিতহে আবেদন কৰিব লাগিব
2. আবেদন অনলাইন আৰু অফলাইন দুয়োটা মুডতে পথাব লাগিব
3. সম্পূৰ্ণ আবেদন কপি Scan কৰি PDF format ccr@nluassam.ac.in ইমেইল কৰি পথাব লাগিব ( কেৱল আবেদন)
3. অফলাইন যোগে আবেদন সকলো নথিসহ তলৰ ঠিকনাত পথাব লাগিব
The Registrar, National Law University & Judicial Academy,
Assam Hajo Road, Amingaon,
District: Kamrup, Guwahati -781 031, Assam

আবেদনৰ অন্তিম তাৰিখ: 02 মে, 2019

Important Link:
সম্পূৰ্ণ বিজ্ঞাপন আৰু আবেদন ফৰ্মৰ বাবে: ইয়াত ক্লিক কৰক