অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

2 Apr 2019

ভাৰতীয় ষ্টেট বেংকত 2000 টা Probationary Officer পদ খালী: SBI Probationary Officer Recruitment 2019- 2000 Posts, Apply Online Now


SBI Probationary Officer Recruitment 2019

ভাৰতীয় ষ্টেট বেংকৰ অধীনত  খালী হোৱা 2000 টা Probationary Officer পদৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে

SBI Probationary Officer Recruitment 2019

পদসমূহ বিৱৰণ (Details of Posts):
পদৰ নাম: Probationary Officer
পদৰ সংখ্যা: 2000 টা

ইয়াৰে 810 টা সাধাৰণ শ্ৰেণী (General) পাৰ্থীৰ বাবে, 540 টা OBC পাৰ্থীৰ বাবে, 300 টা SC পাৰ্থীৰ বাবে, 150 টা ST পাৰ্থীৰ বাবে আৰু 200 টা আৰ্থিক ভাৱে পিছপৰা (EWS) পাৰ্থীৰ বাবে সংৰক্ষিত

SBI Probationary Officer Recruitment 2019

পদসমূহত আবেদনৰ বাবে প্ৰয়োজনীয় অৰ্হতা (Essential Qualification):

1. শিক্ষাগত অৰ্হতা (Education Qualification):
যিকোনো বিষয়ত গ্ৰেজুৱেত ডিগ্ৰী বা তাৰ সমপৰ্যায়ৰ ডিগ্ৰী Last Year বা Final Semester পৰীক্ষা দিয়া পাৰ্থীসকলেও আবেদন কৰিব পাৰিব, কিন্তু তেওঁলোকে 31/08/2019 আগতে পাছ কৰিব লাগিব

SBI Probationary Officer Recruitment 2019

2. বয়সৰ সীমা (Age Limit):
সৰ্বনিম্ন 21 বছৰ আৰু সৰ্বোচ্চ 30 বছৰ 01/04/2019 তাৰিখত OBC  বাবে 3 বছৰ, SC/ST বাবে 5 বছৰ আৰু PWD বাবে 10 বছৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

SBI Probationary Officer Recruitment 2019

দৰমহা (Salary):
Pay Band: Basic pay Rs. 27,620/- in the scale of 23700-980/7-30560-1145/2-32850-1310/7-42020 টকা, লগতে অন্যান্য বানচ সমূহ

SBI Probationary Officer Recruitment 2019

আৱেদন মাচুল(Application Fees):
1. General/OBC/EWS শ্ৰেণীৰ পাৰ্থীয়ে 750 টকা আৰু
2. SC/ST/PWD/XS শ্ৰেণীৰ পাৰ্থীয়ে 125 টকা আৱেদন মাচুল দিব লাগিব

SBI Probationary Officer Recruitment 2019

কেনেকৈ আৱেদন কৰিব (How to Apply):
যিসকল পাৰ্থীয়ে SBI Probationary Officer Recruitment 2019 বাবে প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰিছে তেওঁলোকে অনলাইন যোগে আৱেদন কৰিব লাগিব
অনলাইন এপ্লাই লিংক তলত দিয়া আছে তাত গৈ প্ৰথমতে Register কৰিব লাগিব তাৰ পাছত পুনৰ Login কৰি নিজৰ সম্পূৰ্ণ তথ্য ভৰাই অনলাইনত Payment কৰিব লাগিব

SBI Probationary Officer Recruitment 2019

বাছনি প্ৰক্ৰিয়া(Selection Process):
পদসমূহৰ বাছনি প্ৰক্ৰিয়া 3 টা পৰ্যায়ত হব-
1. Preliminary Examination: MCQ
2. Main Examination: Descriptive
3. Group Exercise & Interview

SBI Probationary Officer Recruitment 2019

অসমৰ বাবে নিৰ্ধাৰিত পৰীক্ষা কেন্দ্ৰ সমূহ হল:
For Prelims: গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ আৰু শিলচৰ
For Mains and Interview: গুৱাহাটী

SBI Probationary Officer Recruitment 2019

Important তাৰিখ:
1. অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে: 02 এপ্ৰিল, 2019
2. অনলাইন আবেদন প্ৰক্ৰিয়া শেষ হব: 22 এপ্ৰিল, 2019

SBI Probationary Officer Recruitment 2019

Important ৱেব লিংক:
1. অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক

2. সম্পূৰ্ণ বিজ্ঞাপন চাওক: ইয়াত ক্লিক কৰক