অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

22 Aug 2019

DEE অসমৰ বিভিন্ন গ্ৰেড III আৰু গ্ৰেড IV পদৰ এডমিত কাৰ্ড আৰু পৰীক্ষাৰ তাৰিখ ঘোষণা: DEE Assam Recruitment of Grade III and Grade IV Posts: Admit Card, Exam Date

DEE Assam Recruitment of Grade III and Grade IV Posts


DEE Assam Recruitment of Grade III and Grade IV Posts

যিসকল পাৰ্থীয়ে DEE Assam ৰ অধীনত খালী হোৱা Grade III (Junior Assistant, Statistical Assistant, Computor), Grade IV (Peon, Chowkider, Driver) পদৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে আছে এটা ভাল খবৰ। অহা ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত উক্ত পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হব।


DEE Assam Recruitment 2019

উল্লেখ্য যে যোৱা মাৰ্চ মাহত Directorate of Elementary Education অৰ্থাৎ DEE এ ইয়াৰ অধীনত খালী হোৱা 78 টা Grade III (Junior Assistant, Statistical Assistant, Computor) পদ আৰু 152 টা Grade IV (Peon, Chowkider, Driver) পদৰ বাবে অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছিল আৰু 03/06/2019 ৰ পৰা 21/06/2019 তাৰিখৰ ভিতৰতে ডকুমেন্ট ভেৰিফিকেচন অনুষ্ঠিত হৈছিল।

DEE Exam Date & Time 2019 Details


Name of Post
Date & Time of Written
Examination (OMR)
Driver (HQ)
07.09.2019
0200 PM to 03:00 PM
Junior Assistant (HO)
08.09.2019
10:00 AM to 12:00
Noon
Junior Assistant (FLE)
08.09.2019
02:00 PM to 04:00 PM
Computor (FLE)
14.092019
02:00 PM to 04:00 PM
Statistical Assistant (FLE)
15.09.2019
10:00 AM to 12:00 Noon
Grade-IV
(Peon) Night Chowkidar)
(HQ & FLE)
15.09.2019
02:00 PM to 03:00 PM

How to Download DEE Admit Card 2019

যিসকল প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিছিল আৰু জিলা ভিত্তিক ডকুমেন্ট ভেৰিফিকেচন কৰিছিল তেওলোকে তলৰ লিংকত গৈ এডমিত কাৰ্ড ডাউনলোড কৰিব পাৰিব।

Name of Post
Admit Card
Driver (HQ)

Available Now
Junior Assistant (HQ)

Available Now
Junior Assistant (FLE)

Available Now 
Computor (FLE)

AvailableNow 
Statistical Assistant (FLE)

Available Now 
Grade-IV
(Peon/Night Chowkidar)
(HQ & FLE)

Available Now