অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

8 Sept 2019

DEE Assam Admit Card for Grade IV and Grade III Post (Peon, Chowkider, Computor and Statistical Assistant)

DEE Assam Admit Card for Grade IV and Grade III Post:


DEE Assam Admit Card for Grade IV and Grade III Post: Exam Details

যিসকল প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিছিল আৰু জিলা ভিত্তিক ডকুমেন্ট ভেৰিফিকেচন কৰিছিল তেওলোকে তলৰ লিংকত গৈ এডমিত কাৰ্ড ডাউনলোড কৰিব পাৰিব।

  • এডমিত কাৰ্ড ডাউনলোড কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰিব।
  • তাৰ পিছত এখন নতুন ইউনডো খোল খাব।
  • তাত Link to Website for Download Admit ত ক্লিক কৰিব।
  • তাৰ পৰা নিজৰ পদ অনুসৰি  এডমিত কৰি প্ৰিণ্ট দিব।


1. Grade IV (Peon, Chowkider)
  • পৰীক্ষাৰ তাৰিখ: 15/09/2019
  • সময়: আবেলি 2 বজাৰ পৰা 3 বজালৈ।

এডমিত কাৰ্ড ডাউনলোড কৰিবলৈইয়াত ক্লিক কৰক


2. Computor (FLE)
  • পৰীক্ষাৰ তাৰিখ: 14/09/2019
  • সময়: আবেলি 2 বজাৰ পৰা 4 বজালৈ।

এডমিত কাৰ্ড ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক


3. Statistical Assistant (FLE)
  • পৰীক্ষাৰ তাৰিখ: 15/09/2019
  • সময়: 10 বজাৰ পৰা 12 বজালৈ।

এডমিত কাৰ্ড ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক


Download Syllabus: Click Here