অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 Aug 2019

Decision of Madrassa TET Passed Candidates for apply in High School Graduate Teacher has Withdrawn

Decision of Madrassa TET Passed Candidates for apply in High School Graduate Teacher has Withdrawn


19/08/2019 তাৰিখৰ যি WT মেছেজ যোগেদি মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক হাইস্কুল, হাইমাদ্ৰাছা আৰু হায়াৰছেকেণ্ডাৰী স্কুলৰ গ্ৰেজুৱেত শিক্ষক পদত আবেদন কৰৰ সুবিধা আগবঢ়োৱা হৈছিল সেয়া আজি অৰ্থাৎ 22/08/2019 তাৰিখত পুনৰ এক WT মেছেজ যোগেদি উঠাই লোৱা হৈছে।। এই কথা মাধ্যামিক শিক্ষা সঞ্চালক গৰাকীয়ে এক WT বাৰ্তা যোগেদি জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক সকলক জনাইছে।

উল্লেখ্য যে অসমৰ বিভিন্ন জিলাৰ অন্তৰ্গত প্ৰাদেশীকৃত হাইস্কুল সমূহত খালী হৈ থকা 4069 টা গ্ৰেজুৱেত শিক্ষক পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ হৈ আছে। এই সময়তে যোৱা সপ্তাহত মাধ্যামিক শিক্ষা সঞ্চালকালয়ে হাইস্কুল টেটৰ ম্যাদ বৃদ্ধি কৰি 7 বছৰ কৰিছে।