অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Sept 2019

DEE Asaam Admit Card for Junior Assistant and Driver: Download Here Now

DEE Asaam Admit Card for Junior Assistant and Driver:

DEE Asaam Admit Card for Junior Assistant and Driver: Exam Details

যিসকল প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিছিল আৰু জিলা ভিত্তিক ডকুমেন্ট ভেৰিফিকেচন কৰিছিল তেওলোকে তলৰ লিংকত গৈ এডমিত কাৰ্ড ডাউনলোড কৰিব পাৰিব।

  • এডমিত কাৰ্ড ডাউনলোড কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰিব।
  • তাৰ পিছত এখন নতুন ইউনডো খোল খাব।
  • তাত Link to Website for Download Admit ত ক্লিক কৰিব।
  • তাৰ পৰা নিজৰ পদ অনুসৰি  এডমিত কৰি প্ৰিণ্ট দিব।


1. ড্ৰাইভাৰ পদ
  • পৰীক্ষাৰ তাৰিখ: 07/09/2019
  • সময়: আবেলি 2 বজাৰ পৰা 3 বজালৈ।

এডমিত কাৰ্ড ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক


2. কনিষ্ঠ সহায়ক (HQ)
  • পৰীক্ষাৰ তাৰিখ: 08/09/2019
  • সময়: পুৱা 10 বজাৰ পৰা 12 বজালৈ।

এডমিত কাৰ্ড ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক


3. কনিষ্ঠ সহায়ক (FLE)
  • পৰীক্ষাৰ তাৰিখ: 08/09/2019
  • সময়: আবেলি 2 বজাৰ পৰা 4 বজালৈ।

এডমিত কাৰ্ড ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক