অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 May 2019

Ordnance Factory Board of Indian Recruitment of 1704 No. Chargeman Posts

Ordnance Factory Board of Indian Recruitment of 1704 No. Chargeman Posts

Ordnance Factory Board of Indian Recruitment of 1704 No. Chargeman Posts

Ordnance Factory Board of Indian Recruitment 2019

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ Ordnance Factory Board ত খালী হোৱা 1704 টা Chargeman ( Non-Gazetted Group ‘B’) পদৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন পাৰ্থীৰ পৰা অনলাইন আবেদন বিচৰা হৈছে।

Ordnance Factory Board of Indian Recruitment 2019: Details

পদৰ নাম: চাৰ্জমেন ( Non-Gazetted Group ‘B’)
পদৰ সংখ্যা: 1704 টা
ইয়াৰে 879 টা সাধাৰণ শ্ৰেণীৰ বাবে, 361 টা ও বি ছি ৰ বাবে, 208 টা এছ ছি ৰ বাবে, 98 টা এছ টিৰ বাবে আৰু 158 টা আৰ্থিক ভাৱে পিছপৰা শ্ৰেণীৰ বাবে।

Ordnance Factory Board of Indian Recruitment 2019: Category of Posts

পদসমূহ তলত দিয়া বিভাগসমূহত পূৰণ কৰা হব।
1. মেকানিকেল
2. ইনফৰমেচন টেকন'লজি
3. কেমিকেল
4. ইলেকট্ৰিকেল
5. চিভিল
6. মেটালাৰ্জি
7. ক্লথিং টেকন'লজি
8. লেডাৰ টেকন'লজি
9. ন'ন টেকনিকেল (ষ্টোৰছ)
10. ন'ন টেকনিকেল (ওটছ)
11. অট'মোবাইল
12. ইলেকট্ৰনিকছ

Ordnance Factory Board of Indian Recruitment 2019: Salary

পে বেণ্ড-2 ৰ অধীনত 9,300 ৰ পৰা 34,800 টকা আৰু গ্ৰেড পে 4,200 টকা।

Ordnance Factory Board of Indian Recruitment 2019: Educational Qualification

1. মেকানিকেল/ ইলেকট্ৰিকেল/ চিভিল/ অট'মোবাইল/ ইলেকট্ৰনিকছ: AICTE দ্বাৰা স্বীকৃত কোনো শিক্ষা প্ৰতিস্থানৰ পৰা উপৰোক্ত বিষয়ত 3 বছৰৰ ইঞ্জিনিয়াৰিং ডিপ্লোমা বা তাৰ সমপৰ্যায়ৰ
নাইবা
উপৰোক্ত বিষয়ত ইঞ্জিনিয়াৰ ডিগ্ৰী

2. কেমিকেল/ মেটালাৰ্জি/ ক্লথিং আৰু লেডাৰ টেকন'লজি:
AICTE দ্বাৰা স্বীকৃত কোনো শিক্ষা প্ৰতিস্থানৰ পৰা উপৰোক্ত বিষয়ত 3 বছৰৰ ডিপ্লোমা বা তাৰ সমপৰ্যায়ৰ
নাইবা
ৰসায়ন বিজ্ঞান মূখ্য বিষয় হিচাপে লৈ B.Sc. ডিগ্ৰী

3. ইনফৰমেচন টেকন'লজি: A লেভেল কমপিটেনছি কোৰ্চ  নাইবা তাৰ সমপৰ্যায়ৰ কোনো কম্পিউটাৰ কোৰ্চ

4. ন'ন টেকনিকেল:
ইঞ্জিনীয়াৰ/ হিউমানিটিছ/ বিজ্ঞান/ বানিজ্য/ ল' আদি বিষয়ত গ্ৰেজুৱেত ডিগ্ৰী

Ordnance Factory Board of Indian Recruitment 2019: Age

সাধাৰণ শ্ৰেণীৰ বাবে 27 বছৰ,  ও বি ছি ৰ বাবে 30 বছৰ,  এছ ছি/এছ টিৰ বাবে 32বছৰ

Ordnance Factory Board of Indian Recruitment 2019: Application Fees

100 টকাৰ বেংক চালান PRINCIPAL DIRECTOR, RECRUITMENT FUND OFRB, AMBAJHARI- NAGPUR ৰ নামত দিব লাগিব। কিন্তু মহিলা, এছ ছি, এছ টি আৰু শাৰীৰিক ভাবে অসক্ষম লোকৰ বাবে কোনো মাচুল দিব নালাগে।

Ordnance Factory Board of Indian Recruitment 2019: How to Apply

তলত দিয়া লিংক ত গৈ 10/05/2019 ৰ পৰা 09/06/2019 তাৰিখৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব।

অনলাইন আবেদন ৰ প্ৰিন্ট আউট লৈ আবেদনত উল্লেখিত ঠিকনাত অৰিজিনেল বেংক চালানৰ সৈতে 16/06/2019 তাৰিখৰ ভিতৰত পোৱাকৈ পোষ্ট কৰি পথাব লাগিব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই তাৰিখ 23/06/2019.

Ordnance Factory Board of Indian Recruitment 2019: Important Dates

1. আবেদন আৰম্ভ হৈছে: 10/05/2019
2. আবেদনৰ অন্তিম তাৰিখ: 09/06/2019

Ordnance Factory Board of Indian Recruitment 2019: Important Link:

1. অনলাইন আবেদনৰ লিংক: ইয়াত ক্লিক কৰক
2. সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

--------------------------------------------
Related Post: 
অসম টেট কেতিয়া অনুস্থিত হবজানিবলৈ ক্লিক কৰক!

এছ এছ চি এম টি এছ পৰীক্ষা 2019: সম্পূৰ্ণ বিজ্ঞাপন, পৰীক্ষাৰ প্ৰকাৰ আৰু চিলেবাছ