অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 May 2019

Barnagar College Recruitment of Librarian: বৰনগৰ মহাবিদ্যালয়ত Librarian পদ

Barnagar College Recruitment 2019: Librarian

Barnagar College Recruitment 2019: Librarian

Barnagar College is situated at Sarbhog of Barpeta District of Assam. This is the only one higher education Institute in this area. This College provide undergraduate and graduate course in Arts and Science stream. An advertisement for the recruitment of a sanction post of Librarian was made in January 29 this year. But due to the lack of deserving candidate recently re-advertise for this said post. The details are given below.

Barnagar College Recruitment 2019: Librarian

বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত খালী হোৱা Librarian পদৰ বাবে ইচ্ছুক আৰু অৰ্হতাপূৰ্ণ পাৰ্থীৰ পৰা মহাবিদ্যালয়ে ধাৰ্য কৰা পপত্ৰত আবেদন বিছৰা হৈছে।


Barnagar College Recruitment 2019: Details

পদৰ নাম: Librarian

পদৰ সংখ্যা: 01 টা

সংৰক্ষণ: অসংৰক্ষিত পদ


Barnagar College Recruitment 2019: Qualification

As Per UGC recent Norms

Barnagar College Recruitment 2019: Salary

 UGC ৰ Pay Scale Rs. 57700 to 182400/ per month with other allowance

Barnagar College Recruitment 2019: Age

01 জানুৱাৰী, 2019 তাৰিখত আবেদনকাৰীৰ বয়স 38 বছৰৰ ভিতৰত হব লাগিব। ST/SC/OBC/MOBC আৰু PWD পাৰ্থীক চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।

Barnagar College Recruitment 2019: Application Fees

আবেদনকাৰীয়ে 1500 টকাৰ আবেদন মাচুল Bank Draft, Principal, Barnagar College payable at State Bank of India, Sarbhog Branch ৰ নামত জমা দিব লাগিব। এই মাচুল ঘুৰাই দিয়া নহব।

Barnagar College Recruitment 2019: How to Apply

ইচ্ছুক পাৰ্থীয়ে মহাবিদ্যালয়ৰ ৱেবচাইটত দিয়া নিদিষ্ট পপত্ৰ পূৰণ কৰি, সম্পূৰ্ণBio-Data ৰ সৈতে Phone No., Email Id , Complete Address আৰু HSLC ৰ পৰা সকলো Documents ৰ পটোকপি অহা 22 মে, 2019 তাৰিখৰ ভিতৰত পোৱাকৈ তলত দিয়া ঠিকনাত জমা দিব লাগিব।

পাৰ্থী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ ওপৰি অসমীয়া ভাষা জানিব লাগিব।

মহাবিদ্যালয়ৰ ৱেবচাইট: http://barnagarcollege.org.in/

আবেদন পথাবলগীয়া ঠিকনা:

Dr. B. K. Chakravorty
Principal,
Barnagar College, Sarbhog
P.O.- Sarbhog, Dist- Barpeta, Assam
PIN- 781317


বিঃদ্ৰঃ আগতে আবেদন কৰা পাৰ্থী সকলে পুনৰাই আবেদন কৰিব নালাগে।