অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

29 Apr 2019

এছ এছ চি এম টি এছ পৰীক্ষা 2019: সম্পূৰ্ণ বিজ্ঞাপন, পৰীক্ষাৰ প্ৰকাৰ আৰু চিলেবাছ/SSC MTS Examination 2019: Detail Advertise, Exam Pattern and Syllabus

 Multi Tasking Staff Examination 2019


ভাৰত চৰকাৰৰ অধীনত থকা বিভিন্ন বিভাগ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত খালী হোৱা মাল্টি টাষ্কিং ষ্টাফ পদত নিযুক্তিৰ বাবে Staff Selection Commission এ Multi Tasking Staff Examination 2019 অনুষ্ঠিত কৰিব।

Multi Tasking Staff Examination 2019

পদৰ বিৱৰণ (Details of Posts):
পদৰ নাম: মাল্টি টাষ্কিং ষ্টাফ (নন টেকনিকেল)
পদৰ সংখ্যা: 10,000+ (সলনি হব পাৰে)
দৰমহা: Pay Band 1@ Rs.5200 to 20200/ আৰু GP@Rs.1800/



Multi Tasking Staff Examination 2019


Multi Tasking Staff Examination 2019 ৰ সম্পূৰ্ণ বিবৰণ:

শৈক্ষিক অৰ্হতা:
মেট্ৰিক পাছ বা তাৰ সমপৰ্যায়ৰ

বয়স:
01/08/2019 তাৰিখত 18 ৰ পৰা 25 বছৰ ভিতৰত হব লাগিব। OBC/ESM ৰ বাবে 3 বছৰ, SC/ST ৰ বাবে 5 বছৰ আৰু PWD ৰ বাবে 10 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই দিয়াৰ ব্যৱস্থা আছে।

Multi Tasking Staff Examination 2019

পৰীক্ষাৰ মাচুল:
আবেদনকাৰীয়ে 100 টকাৰ পৰীক্ষা মাচুল অনলাইন BHIM UPI/Debit Card/ Credit Card/ Net banking ৰ যোগেদি বা অফলাইনত SBI Challan ৰ যোগে দিব লাগিব।
SC/ST/PWD/ESM আৰু মহিলা পাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে

Multi Tasking Staff Examination 2019


পৰীক্ষাৰ কেন্দ্ৰ:
অসমৰ বাবে পৰীক্ষা কেন্দ্ৰ সমূহ হল- গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট আৰু তেজপুৰ


কেনেকৈ আবেদন কৰিব:
আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন। তলত দিয়া লিংকত গৈ আবেদন কৰিব পাৰে। প্ৰথমতে Login Section ৰ তলত থকা New User? Register Now ত ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ সম্পূৰ্ণ হোৱাৰ পিছত আকৌ Login কৰি আবেদন সম্পূৰ্ণ কৰিব লাগিব।

আবেদন কৰিবলৈ ক্লিক কৰক: Click Here

Important Dates:
আবেদন আৰম্ভ হৈছে: 22/04/219
আবেদনৰ অন্তিম তাৰিখ: 29/05/2019
মাচুল দিয়াৰ অন্তিম তাৰিখ: 31/05/2019

Multi Tasking Staff Examination 2019


পৰীক্ষাৰ প্ৰকাৰ:
পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হব।
1. Tier-1
2. Tier-2

1. Tier-1
Tier-1 ৰ পৰীক্ষা MCQ প্ৰকাৰৰ হব। এই পৰীক্ষা অনলাইনত হব অৰ্থাৎ Computer Based হব। এই পৰীক্ষা 02/08/2019 ৰ পৰা 06/09/2019 লৈ অনুষ্ঠিত হব। এই পৰীক্ষাৰ মাধ্যম ইংৰাজী আৰু হিন্দী হব।
Tier 1 পৰীক্ষাৰ চিলেবাছ-
মুঠ নম্বৰ-100
সময়-90 মিনিট
1. General English: 25 Marks
2.General Intelligence & Reasoning: 25 Marks
3. Numerical Aptitude: 25 Marks
4. General Awareness: 25 Marks

এই পৰীক্ষাত প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবদ 1/4 নম্বৰ কটা যাব।


Multi Tasking Staff Examination 2019


2. Tier-2
এই পৰীক্ষাটো 17/11/2019 তাৰিখত অনুষ্ঠিত হব।
এই পৰীক্ষা বিবৰণমূলক হব। অসমৰ পাৰ্থী সকলে আসমীয়াতে এই পৰীক্ষা দিব পাৰিব।
এই পৰীক্ষাৰ চিলেবাছ এনে ধৰণৰ-
1. চুটি ৰচনা বা চিঠি- মুঠ নম্বৰ 50, সময় 30 মিনিট।

আবেদন কৰাত কিবা অসুবিধা পালে তলত কমেন্ট বক্সত গৈ কমেন্ট কৰক।