অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 May 2019

First ten position holder of HSLC Examination 2019: প্ৰথম দহটা স্থান প্ৰাপ্ত সকল

আজি ৰাতিপুৱা 9 বজাত অসম মাধ্যামিক শিক্ষা সংসদ চমুকৈ ছেবাৰ দ্বাৰা অনুস্থিত HSLC 2019 পৰীক্ষাৰ ফলাফল সমূহ ঘোষণা কৰা হয়। এই পৰীক্ষাত সৰ্বমুঠ 39 জন ছাত্র-ছাত্ৰীয়ে প্ৰথম দহটা স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰথম দহটা স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকল হ'ল ক্ৰমে...
First ten position holder of HSLC Examination 2019

1st Position: 594/600
মেঘাশ্ৰী বৰা, Sankardev Sisu Vidya Niketan Lakhimpur

2nd Position: (593/600)
চিন্ময় হাজৰিকা, Don Bosco High School, Bhaghchung
প্ৰত্যশা মেধি, St. Mary's HS School Guwahati

3rd Position: 591/600
আফ্ৰিন আহমেদ, Chrishjyoti School, Nagaon
অনুশ্ৰী ভূয়া, St. Mary's HS School Guwahati

4th Position: 590/600
ক্ৰিষ্টি শইকীয়া, St. Mary's HS School Guwahati

5th Position: 589/600
ফাল্গুনী শৰ্মা, St. Jones HS School Barama
লৱজ্যোতি দাস, Don Bosco HS School, Bairagimath
উপাশা মূদৈ, গোলাঘাট জাতীয় বিদ্যালয়
তৌছিফ তামান্না ৰহমান, St. Mary's HS School North Lakhimpur
প্ৰিয়ংকা কলিতা, অসম জাতীয় বিদ্যালয় নুনমাটি

6th Position: 588/600
ৰাজশ্ৰী পাঠক, অভিপ্সা দাস Barpeta Govt HS School
শাৰ্মিন হুছনত, Central Girls High School, Goalpara
অনুৰাগ বৰ্মণ, Udayan Santi Niketan Bazera
প্ৰিয়ম কাশ্যপ, Pioneer Academy, Puthimari

7th Position: 587/600
অজয় বুঢ়াগোহাঁই, দ্বীপজ্যোতি শৰ্মা St. Mary's HS School North Lakhimpur
অংকুৰ ৰাজ শৰ্মা, Puranigudam RKB HS School
নিকিতা কলিতা, Little Flowers School, Nalbari

8th Position: 586/600
ইভান কাশ্যপ কলিতা, St. Jones HS School Barama
বৰষা ডেকা, Agdola Chariali High School, Baihata Chariali
নীশিতা খাতনিয়াৰ, Bebejia PKS HS School Nagaon
ইশান ভূয়া, Nagaon Govt Boys HS School
দীপ শইকীয়া, Nonoi HS School
দেৱশ্ৰী শইকীয়া, Gaurisagar HS Industrial Institute

9th Position: 585/600
হিৰকজ্যোতি চৌধুৰী, Pathsala Sikhapith
জেফ্ৰিন আৰা আহমেদ, Happy Child English School Sipazaar
ইৰফান হক, Chrishjyoti School Nagaon
দীপশেখৰ কলিতা, Vivekananda Vidya Niketan, Tihu
অৰ্চিতা দুৱাৰা, St. Joseph's High School, Moranhat

10th Position: 583/600
উদ্দীপ্ত কলিতা, Uttar Bajali High School
অনিৰ্বান দত্ত, Dibrugarh
অচ্যুত কুমাৰ চেতিয়া, Golaghat Jatiya Vidyalaya
মনিষা মালাকাৰ, Sankardev Sisu Niketan Hazo
বিতোপন কলিতা, Mirza
Sagnik Banik, Don Bosco High School Hojai
মিন্টু গায়ন, Puranigudam RKB HS School
দ্বীপজ্যোতি শৰ্মা, Sankardev Vidya Niketan Tihu