অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

29 Aug 2022

Memory Based Question Answer for Assam Direct Recruitment Grade 3 Exam - Evening Shift

Memory Based Question Answer for Assam Direct Recruitment Grade 3 Exam - Evening Shift

1. ভাৰতৰ নিৰ্বাচনত প্ৰথমতে NOTA কেতিয়া ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ: 2013 চনৰ পৰা

 

2. খো- খো খেলত আঠু লৈ মুঠ কেইজন সদস্য বহি থাকে ?

উত্তৰ:

 

3. অনাম নৃত্য কোন ৰাজ্যৰ?

উত্তৰকেৰেলা

 

4. প্ৰথম অসমীয়া বোলছবিৰ অভিনেত্ৰী কোন?

উত্তৰআইদেউ সন্দিকৈ

 

5. তীৰ্থংকৰ কোন ধৰ্মৰ?

উত্তৰজৈন

 

6. ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি

উত্তৰবট গছ

 

7. আৰ্জেন্টিনাৰ ৰাজধানী কি

উত্তৰBuenos Aires


8. লাইহাৰওৱা নৃত্য কোন জনগোষ্ঠীৰ ?

উত্তৰ: Meitei


9. জুবিন গাৰ্গে নিজে অভিনয় কৰা চিনেমাখন কি ?

উত্তৰMission China


10. স্বৰাজ মোৰ জন্মগত অধিকাৰ, ......" কোনে কৈছিল ?

উত্তৰBal Gangadhar Tilak

 

11. পানীপথৰ ২য় যুদ্ধ কেতিয়া হৈছিল ?

উত্তৰ1556


12. Suprim court ৰ প্ৰথম মহিলা ন্যায়াধিক গৰাকীৰ নাম কি

উত্তৰFatima Bibi


13. ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰ কেতিয়া কৰা হৈছিল ?

উত্তৰ1989


14. কলকাতাৰ পৰা দিল্লীলৈ কেতিয়া ৰাজধানীৰ স্থানান্তৰ কৰা হৈছিল ?

উত্তৰ1911

 

15. আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মূখ্য কাৰ্যালয় কত

 উত্তৰ: Hague


22. ভাৰতৰ লুণীয়া পানীৰ হ্ৰদ কত

উত্তৰগুজৰাটত

 

23. Pakyang Airport কত

উত্তৰছিকিমত

 

24. Kanga Fort কত

উত্তৰইম্ফল

 

25. আগৰতলা-ছিকিম-গেংকটক- .....

উত্তৰডিমাপুৰ

 

26. টেলিগ্ৰাফ আৱিষ্কাৰ কোনে কৰিছিল

উত্তৰছেমুৱেল মাৰ্ছ

 

27. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এ কোনখন জিলাক সংলগ্ন নকৰে

উত্তৰমৰিগাঁও

 

28. তিনিটা সংখ্যা pqr ৰ pq ৰ ল:সা:গু: q, qr ৰ ল:সা:গু: r হ'লে, pqr ৰ ল:সা:গু: কিমান ?

 উত্তৰ


29. অলিম্পিকৰ চিহ্নটোত কেইটা গোল থাকে ?

উত্তৰ5

 

30. ভগ্নাংশত লিখা 0.037

উত্তৰ37/1000

 

31. 7, 11, 19, 31, ?,  67

উত্তৰ47

 

32. -76 ক 3 ৰে হৰণ কৰিলে ভাগশেষ কি থাকে ?

উত্তৰ-1

 

33. এটা চতুৰ্ভূজৰ কোণ সমূহ 1:3:4:7 অনুপাতত আছে । ডাঙৰ আৰু সৰু কোণটোৰ পাৰ্থক্য কিমান ?

উত্তৰ144

 

34. ২১) পাচটা ক্ৰমিক সংখ্যাৰ যোগফল ১৯০ হ'লে, সৰু সংখ্যাটো কি ?

উত্তৰ: 36

 

35. চিপাঞ্জী, নল গাহৰী, নাহৰ ফুটুকী বাঘ, এশিঙীয়া গড় কোনটো ভাৰতৰ থলুৱা নহয় ?

উত্তৰচিপাঞ্জী

 

36. বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটো কি ?

উত্তৰ: Barometer 


37. অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো কি ?

উত্তৰDigboi

 

38. root 20x45 + root 0.04 + root 0.64 ?

উত্তৰ31

 

39. এটা চকা ১০০০ পাক ঘূৰোতে অতিক্ৰম কৰে ২২ কি.মি. । চকাটোৰ বাসাৰ্ধ কিমান ?

উত্তৰ3.5 m

 

40. NEFA ৰ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰNorth-East Frontier Agency (NEFA)


41.  মালগুড়ি ডেইজ কোনে লিখিছিল?

উত্তৰRK Narayan

 

42.  UNESCO স্বৃকৃত অসমৰ ঐতিস্য ক্ষেত্ৰ কোনখন ?

উত্তৰ: Kaziranga


43.  এয়াৰ এচিয়াৰ মূখ্য কাৰ্য্যালয় ?

উত্তৰ: Sepang, Malaysia


44.   কেৰেট একক জোখ কিহত কৰা হয় ?

উত্তৰ: Gold