অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

29 Aug 2022

Memory Based Questions of Assam Direct Recruitment Grade III Exam - Morning Shift

Memory Based Questions of Assam Direct Recruitment Grade III Exam

1) অলিম্পিকৰ পতাকাত নথকা ৰং?

উত্তৰ: বেঙুনীয়া

2) কোনখন দলঙ অসমৰ আটাইতকৈ পূবত অৱস্থিত?

উত্তৰ:

3) 2022, 1 জানুৱাৰী সাপেক্ষে বিত্তমন্ত্ৰী কোন?

উত্তৰ: নিৰ্মলা সীতাৰমণ

4) ভাৰতৰ ষ্টক এক্সেঞ্জ ক'ত অৱস্থিত?

উত্তৰ: মুম্বাই

5) হিউৱেন চাং কাৰ ৰাজত্ব কালত অসমলৈ আহিছিল?

উত্তৰ: কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত

6) পেৰুৰ ৰাজধানী?

উত্তৰ: Lima

7) ভলীবলৰ প্ৰতিটো দলত কেইজন সদস্য?

উত্তৰ: 6

8) অসমৰ সীমাৰ লগত কিমানটা ৰাজ্য সংলগ্ন ?

উত্তৰ: 7

9) পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত?

উত্তৰ: Hajo

10) অসমৰ ৰাজ্যৰ জাতীয় গছ কি ?

উত্তৰ: Hollong

11) কোন নদী হিমালয়ৰ পৰা অহা নাই ?

উত্তৰ: Narmada

12) অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত?

উত্তৰ: Dibrugarh

13) Only Ramsar sites in assam?

উত্তৰ: দীপৰ বিল

14) ৩১ মাৰ্চ ২০২২ লৈ অসমৰ জিলাৰ সংখ্যা কিমান?

উত্তৰ: 35

15) অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ নাম?

উত্তৰ: Bhutan

16) গোল গম্বুজ কত অৱস্থিত?

উত্তৰ: বিজাপুৰ/ বিজয়াপুৰা

17) প্ৰথম অসমীয়া কথাছবি?

উত্তৰ: জয়মতী

18) যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰৰ নাম কি?

উত্তৰ: Toklai

19) উৎপাদনৰ কোনটো শাখাত উৎপাদিত সামগ্ৰীসমূহৰ মালিকীস্বত্ব চৰকাৰৰ হাতত থাকে?

উত্তৰ:

20) Founder of Swaraj Party?

উত্তৰ: চিত্তৰঞ্জন দাস, মতিলাল নেহৰু

 

21)‌‌ GST পোনপ্ৰথমে কোন দেশে আৰম্ভ কৰিছিল?

উত্তৰ: France

22) সমাজবিজ্ঞানৰ কোনটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ আদি আলোচনা কৰা হয়?

A) ৰাজনীতি

B) অৰ্থনীতি বিজ্ঞান

C) বাণিজ্য

 

উত্তৰ: B) অৰ্থনীতি বিজ্ঞান



23) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জাতি, ধৰ্ম, ভাষাৰ ভিত্তিত বৈষম্যৰ কথা কোৱা হৈছে?

A) 15

B) 19

C) 21 

D) 13

উত্তৰA) 15

24) আমাৰ দেশৰ কোনটো সংস্থাই অৰ্থনৈতিক জৰীপ (economic survey) জাৰী কৰে?

A) বিত্ত সংস্থা

B) বিত্ত মন্ত্ৰণলয়

C) পৰিসংখ্যা মন্ত্ৰণালয়

উত্তৰ: B) বিত্ত মন্ত্ৰণলয়



25) কিমান ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ?

উত্তৰ: 40


26) ভাৰত চৰকাৰৰ মিছন ইন্দধনুষ কিহৰ লগত জড়িত?

উত্তৰ:


27. অসমৰ বৰ্তমানৰ বিত্ত মন্ত্ৰী কোন?

উত্তৰ: অজন্তা নেওগ।

 


28. কোনখন উপনদী বৰাক উপত্যকাৰ?

উত্তৰ:


29.  ২০২২ লৈ ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজ্যসভাত আসন সৰ্বাধিক?

উত্তৰ: Uttar Pradesh


30.  বেটি বচাও বেটি পঢ়াও ৰ লগত কোনটো মন্ত্ৰালয় সংযুক্ত নহয়?

উত্তৰ:


31.  সংবিধানৰ অনুচ্ছেদ ১৭ ত কি আছে?

উত্তৰঅস্পৃশ্যতাৰ বিলুপ্তি


32.  ভাৰত চৰকাৰৰ বিমান মন্ত্ৰালয়ৰ UDAN ৰ A টোৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: Aam


33. ২০১৯ চনত জল সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ বাবে ভাৰত চৰকাৰ লোৱা আচনি খনৰ নাম কি?

উত্তৰ: 

 

34. কোনটো অৰ্থনীতিত ভাৰত চৰকাৰে সম্পত্তিৰ উৎপাদনৰ ক্ষেত্ৰত মালিকীস্বত্ব হস্তক্ষেপ কৰে?

উত্তৰ:

 

35.  ১০ লাখ টকাৰ মূল্যায়নৰ লক্ষ্যত উপনীত ভাৰতৰ প্ৰথম কোম্পানীটোৰ নাম কি?

উত্তৰ: Reliance

 

36.  তলত উল্লেখ কৰা কোনটো Classical Dance ৰাজ্যৰ সৈতে অমিল?

ক) যক্ষগান- তামিলনাডু

খ) সত্ৰীয়া- অসম

গ) ওডিচি- ওডিচা

ঘ) মোহিনীট্টম- কেৰেলা


উত্তৰ: ক) যক্ষগান- তামিলনাডু


37. কোনটো পদাৰ্থ স্বাভাৱিকভাবে তেজস্ক্ৰিয়?

উত্তৰ:


টোকা: প্ৰশ্নবোৰ সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ কৰা হয় আৰু উত্তৰবোৰ আমি দিওঁ। কিছুমান উত্তৰ দিব নোৱাৰি কিয়নো ইয়াৰ বিকল্প দিয়া হোৱা নাই। যদিহে আপোনাৰ বিকল্প বোৰ তথা অন্য প্ৰশ্ন মনত আছে তেতিয়া হলে আমালৈ মেছেজ কৰক। ধন্যবাদ।