অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

29 Aug 2022

Assam Grade IV Exam Memory based question ( Morning Shift)

Assam Direct Recruitments Grade IV Exam- 2022   অহা  Memory Based Questions বিলাক দিয়া হল l

Assam Grade IV Exam Memory based question ( Morning Shift)

1) অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীৰ নাম কি ?

উত্তৰ: বিষ্ণুৰাম মেধি

 

2) আহোমৰ শেষৰ ৰজাজনৰ নাম কি?

উত্তৰ: পুৰন্দৰ সিংহ

 

3) টাকা কোন দেশত প্ৰচলন হয়?

উত্তৰ:বাংলাদেশ

 

4) U A E মুদ্ৰা কি বোলে?

উত্তৰ:ডিৰহাম

 

5) কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই?

উত্তৰ: চিকিম

 

6) ভিক্টোৰিয়েল মেমৰীয়েল কোন ঠাইত অৱস্থিত ?

উত্তৰ: কলকাতা

 

7) শেহতীয়াকৈ অসম বৈভৱ কোনে লাভ কৰিছে?

উত্তৰ: ৰতন টাটা


8) জিম্বাবুৱেৰ ৰাজধানী কি?

উত্তৰহাৰাৰে

 

9) ' মোৰ আপোনাৰ দেশ' কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল ?

উত্তৰ: বাঁহী


10) আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা নাম কি?

উত্তৰডুৰাণ্ড লাইন

 

11) ) MP LADS আঁচনিৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: Members of Parliament Local Area Development Scheme 

 

12)বেংকক কোন দেশৰ ৰাজধানী?

উত্তৰ:থাইলেণ্ড

 

13) ভাৰতত কেতিয়া প্ৰথম ৰঙীন টেলিভিছনৰ প্ৰচলন হয়?

উত্তৰ1982

 

14) কৌটিল্য কাৰ ৰাজত্ব কালত......

উত্তৰ: চন্দ্ৰগুপ্ত মৌৰ্য

 

15) অসম আৰু অৰুণাচল সংযোগ কৰা ঠাইখন..

উত্তৰ:

 

16)হিমা দাস কোন খেলৰ লগত জড়িত

উত্তৰ: দৌৰ

 

17) নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কত অৱস্থিত

উত্তৰ: আহমেদাবাদ, গুজৰাট

 

18) 8 মে তাৰিখে কোনটো দিৱস পালন কৰা হয়?

উত্তৰ:  Mother's day

 

19) শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জৰিত?

উত্তৰ: 21 (A)

 

20)কোন আন্দোলনত কনকলতা শ্বহীদ হৈছিল

উত্তৰ:ভাৰত ত্যাগ

 

21) 4 মে' কি দিৱস পালন কৰা হয়?

উত্তৰ: ধপাত দিৱস

 

22) ভাৰতৰ প্ৰথম কৃটিম উপগ্ৰহটোৰ নাম কি?

উত্তৰ: আৰ্যভট্ট

 

23) অসম ৰাজ্যিক সংগ্ৰাহালয় কত অৱস্থিত

উত্তৰ: দীঘলীপুখুৰী, গুৱাহাটী

 

24) অসম মেডিকেল কলেজ

উত্তৰ: ডিব্ৰুগড়

 

25) নৰনাৰায়ণ সেতু সংযোগী দুখন জিলা

উত্তৰ: গোৱালপাৰা আৰু বঙাইগাও

 

26) NITI আয়োগৰ সভাপতি?

উত্তৰপ্ৰধানমন্ত্ৰী


27) তলৰ কোনজন মন্ত্ৰী নতুনকৈ অসম মন্ত্ৰী সভাত স্থান লাভ কৰিছে?

উত্তৰ: জয়ন্ত মল্ল বৰুৱা


28) প্ৰত্যেক ক্ৰিয়াৰ সমান আৰু বিপৰীত দিশত প্ৰতিক্ৰিয়া আছে কাৰ সূত্ৰ?

উত্তৰ: নিউটনৰ


29)দিল্লীৰ নিকতবৰ্তী ঠাই

উত্তৰ: গুৰগাও


30) প্ৰথম ভাৰতীয় মহাকাশচাৰী

উত্তৰ: ৰাকেশ শৰ্মা


31) তলৰ কোনটো অমিল

উত্তৰ

Assam Grade IV


32. ANTONYMS FOR Gorgeous...

উত্তৰ: বিকল্প পাহৰি গৈছো


33. বাণ থিয়েটাৰ ক'ত অৱস্থিত?

উত্তৰ: তেজপুৰ


34. প্ৰথম অসমীয়া IAS কোন?

উত্তৰ: আনন্দৰাম বৰুৱা


35. North Eastern Police Academy (NEPA) কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰ: মেঘালয়