অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Sept 2019

Assam TET 2019 (LP & UP): New Online Apply, Documents Upload and Money Refund Link

Assam TET 2019 (LP & UP)


Assam TET 2019 (LP & UP) 

 টেট পৰীক্ষাৰ তাৰিখ 10, November, 2019

1. বিশেষ ভাৱে সক্ষম (PWD) লোক সকলৰ বাবে টেটৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰি 27 September কৰা হৈছে।। তেওঁ লোকে তলৰ লিংকত গৈ 19 September ৰ পৰা 27 September ৰ ভিতৰত আবেদন কৰিব পাৰিব।

Online Apply Link: Click Here

2. যিসকলে B.Ed./D.El.Ed. "Pursuing" দি আবেদন কৰিছিল তেওলোকে তাৰ প্ৰমাণ স্বৰূপে-এডমিচনৰ তাৰিখ, কলেজৰ নাম, ODL নে Regular আৰু এডমিচনৰ ৰিচিপ্ত নিজে এটেছটেট কৰি 19 September ৰ পৰা 27 September ৰ ভিতৰত জমা দিব লাগিব। অন্যথা আবেদন নাকচ হব।

Online Correction Link: Click Here

3. আবেদন নাকচ হোৱা সকলৰ পইচা যথাসময়ত ঘুৰাই দিয়াৰ ব্যৱস্থা কৰিব।

Money Refund Link: Click Here (Available Soon)



Assam TET 2019: Important Link Click Here

অসম টেট 2019 ৰ Study Material (Assamese): ইয়াত ক্লিক কৰক

অসম টেট 2019 ৰ Mock Test 1 (CDP): ইয়াত ক্লিক কৰক

অসম টেট 2019 ৰ বিজ্ঞাপন: ইয়াত ক্লিক কৰক

অসম টেট 2019 ৰ চিলেবাছ: ইয়াত ক্লিক কৰক