অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Sept 2019

Assam TET 2019 (LP and UP): [Last Date Extended] Apply Online Now

Assam TET 2019 (LP and UP)

Assam TET 2019 (LP and UP): Online Application Link

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে অহা 20 অক্টোবৰ তাৰিখে নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) TET অনুষ্ঠিত কৰিব। তলত অনলাইন আবেদনৰ লিংক দিয়া হৈছে। তাত গৈ আবেদন কৰিব পাৰিব।

টেটৰ সম্পূৰ্ণ বিজ্ঞাপনৰ বাবে: ইয়াত ক্লিক কৰক

Important Dates:

  • আবেদন আৰম্ভ হব: 02/09/2019
  • আবেদন সমাপ্ত হব: 27/09/2019 [ Only For PWD Candidates]
  • পৰীক্ষাৰ তাৰিখ: 20/10/2019

কেনেকৈ আবেদন কৰিব?
  • তলত আবেদনৰ লিংক দিয়া হৈছে।
  • তাত ক্লিক কৰিব।
  • তাৰ পিছত আবেদন কৰিব।



Assam TET 2019 Online Apply Link

Link 1: Click here



Link 2: Click here


Assam TET 2019 Syllabus: Download Now