অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

31 Aug 2019

অসম টেট 2019 ৰ চিলেবাছ: Syllabus for Assam LP & UP TET Exam 2019

Syllabus for Assam LP & UP TET Exam 2019

LP আৰু UP টেটৰ বাবে চিলেবাছ:

Syllabus for LP TET 2019

মুঠ নম্বৰ: 150

1. ভাষা ১ (অসমীয়া/বড়ো/বঙালী/হিন্দী/মণিপুৰী/হামাৰ/নেপালী/গাৰো) : 30 নম্বৰ

2. ভাষা ২ (ইংৰাজী): 30 নম্বৰ

3. শিশু বিকাশ আৰু শিক্ষণবিদ্যা: 30 নম্বৰ

4. পৰিবেশ অধ্যয়ন: 30 নম্বৰ

6. সাধাৰণ গণিত: 30 নম্বৰ



Download Full LP TET Syllabus



Syllabus for UP TET 2019

মুঠ নম্বৰ: 150

1. ভাষা ১ (অসমীয়া/বড়ো/বঙালী/হিন্দী/মণিপুৰী/হামাৰ/নেপালী/গাৰো) : 30 নম্বৰ

2. ভাষা ২ (ইংৰাজী): 30 নম্বৰ

3. শিশু বিকাশ আৰু শিক্ষণবিদ্যা: 30 নম্বৰ

4. (a) গণিত আৰু বিজ্ঞান শিক্ষকৰ বাবে:
     সাধাৰণ গণিত আৰু বিজ্ঞান: 60 নম্বৰ

    (b) কলা শাখাৰ শিক্ষকৰ বাবে:
     সমাজ বিজ্ঞান: 60 নম্বৰ


Download Full UP TET Syllabus