অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Aug 2019

RRB JE CBT 1 result 2019 declared: 2nd CBT to start from August 28, 2019

RRB JE Results 2019

RRB JE Results 2019

Railway Recruitment Board এ জুনিয়ৰ ইঞ্জিনীয়াৰ  (JE) প্ৰথম কম্পিউটাৰ বেছ পৰীক্ষা অৰ্থাৎ CBT 1 ৰ ৰিজাল্ট সমূহ ইয়াৰ অফিচিয়েল ৱেবছাইট indianrailways.gov.in ত region অনুসৰি আজি প্ৰকাশ কৰিছে। ৰিজাল্ট সমূহ ভাৰতীয় ৰেলৱেৰ ক্ষেত্ৰীয় মণ্ডলৰ ৱেবছাইট সমূহত ও উপলব্ধ হৈছে।
যিসকল প্ৰাৰ্থীয়ে প্ৰথম CBT 1 পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে CBT 2 ত অৱতীৰ্ণ হব লাগিব। উল্লেখ্য যে প্ৰথম CBT 1 পৰীক্ষা সমূহ 22 মেৰ পৰা 29 মেৰ ভিতৰত অনুষ্ঠিত হৈছিল।

RRB ৰ জাননী অনুসৰি CBT 2 আগষ্ট মাহৰ শেষৰ ফালে 28 ৰ পৰা 31 ৰ ভিতৰত অনুষ্ঠিত হব আৰু পৰীক্ষাৰ দহ দিন পূৰ্বে এডমিত কাৰ্ডসমূহ প্ৰদান কৰা হব।

RRB JE Result 2019: How to check

1. প্ৰথমতে বিভাগীয় ৱেবছাইটত লগ ইন কৰিব লাগিব। ৱেবছাইট লিংক তলত দিয়া হৈছে।
2. তাৰ পিছত Results অপচনত ক্লিক কৰিব।
3. তাৰ পিছত নিজৰ Login ID বা Registration ID ৰে লগ ইন কৰিব।
4. তেতিয়া নিজৰ নিজৰ ৰিজাল্ট সমূহ প্ৰিন্ট কৰিব পাৰিব।

অধিক জানিবলৈ বিভাগীয় ৱেবছাইটৰ সহায় লব পাৰে।

RRB Guwahati Website: http://www.rrbguwahati.gov.in/