Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

11 Aug 2019

Updated Answer Key For Assam Police Recruitment of Foreigners Tribunal 2000 Posts


Updated Answer Key For Assam Police Recruitment of Foreigners Tribunal 2019

অসম পুলিচৰ বিদেশী ন্যায়াধীকৰত খালী হোৱা 2000 টা Stenographer, UDA, LDA, Copist, Typist, Data Entry Operator পদৰ বাবে লিখিত পৰীক্ষা 11/08/2019 তাৰিখত অনুষ্ঠিত হৈ যায়।

লিখিত পৰীক্ষাৰ প্ৰশ্নসমূহৰ Answer Key সমূহ বিভাগীয় ৱেবছাইট ত অতিসোনকালে প্ৰকাশ কৰা হৈছে।।


WhatsApp যোগেদি খবৰ পাবলৈ: ইয়াত ক্লিক কৰক

Assam Police Recruitment 2019 ৰ Updated Answer Key চাবলৈ কি কৰিব?

1. তাৰ বাবে তলৰ লিংকত ক্লিক কৰিব।
2. তাৰ পিছত Updated Answer Key বিছাৰিব।
3. তাৰ পিছত তাত ক্লিক কৰিব।
4. আপোনাৰ Test Booklet Series অনুসৰি Answer Key বাছি লব।
5. OMR Sheet ৰ কাৰ্বন কপিটোৰ লগত মিলাই চাব।

Answer Key লিংক: ইয়াত ক্লিক কৰক 

বিভাগীয় ৱেবছাইট: ইয়াত ক্লিক কৰক 
'