অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Aug 2019

NHAI Recruitment 2019 of Young Professional [30 Posts], Apply Online

NHAI Recruitment 2019- Young Professional

NHAI Recruitment 2019- Young Professional

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা: 30  টা
পদৰ নাম: Young Professional

Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব
2. CLAT), 2018 (Post Graduate) পাছ কৰা হব লাগিব

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 60,000 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

আবেদনকাৰীৰ বয়স 32 বছৰৰ ভিতৰত হব লাগিব।

How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 23/08/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব l প্ৰাৰ্থীসকলক Common Law Admission Test (CLAT), 2018 (Post Graduate) ওপৰত ভিত্তি কৰি বাচনি কৰা হব I

Important Dates

 অনলাইন আবেদন সমাপ্ত হব: 23/08/2019

Important Link

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিক কৰক