অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Aug 2019

আই বি এছত বাম্পাৰ ভৰ্তি: IBPS Recruitment 2019-4336 Posts of Probationary Officer/Management Trainee


IBPS Recruitment 2019


IBPS Recruitment 2019

আইবিপিএছৰ অধীনত থকা বিভিন্ন বেংকত খালী হোৱা নিম্ন উল্লেখিত 4336 পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা: 4336  টা
পদৰ নাম: Probationary Officer and Management Trainee

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব

Age Limit

আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 20  পৰা 30 বছৰৰ ভিতৰত হব লাগিব।

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব…
  • UR/OBC/MOBC: 600 টকা
  • SC/ST/PwD: 100 টকা


IBPS Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 28/08/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব I

Important Dates

  • অনলাইন আবেদন আৰম্ভ হব: 07/08/2019
  • অনলাইন আবেদন সমাপ্ত হব: 28/08/2019


Important Link

IBPS অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক (Available from 07-08-2019)

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক:ইয়াত ক্লিক কৰক

Place of Posting

পদসমূহ তলত উল্লেখ কৰা বেংক সমূহত পূৰণ কৰা হব।
  • Allahabad Bank
  • Canara Bank
  • Indian Overseas Bank
  • Syndicate Bank
  • Andhra Bank
  • Central Bank of India
  • Oriental Bank of Commerce
  • UCO Bank
  • Bank of Baroda
  • Corporation Bank
  • Punjab National Bank
  • Union Bank of India
  • Bank of India
  • Indian Bank
  • Punjab & Sind Bank
  • United Bank of India
  • Bank of Maharashtra
--------------------------------------------
Also Read: Our Courier & Logistics Recruitment for 7 Posts at Guwahati