অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

11 Aug 2019

গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক আৰু অনাশিক্ষকৰ চাকৰি: Guwahati Blind Higher Secondary School Recruitment 2019

Guwahati Blind Higher Secondary School Recruitment 2019

Guwahati Blind Higher Secondary School Recruitment 2019

গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হোৱা নিম্ন উল্লেখিত শিক্ষক আৰু অনাশিক্ষকৰ পদত ঠিকাভিত্তিক নিযুক্তিৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Vacancies:

পদৰ সংখ্যা: 13 টা

1. বিষয় শিক্ষক: 06 টা

  • বিষয়: ইংৰাজী, অসমীয়া, শিক্ষা, বুৰঞ্জী, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান।
  • অৰ্হতা: সংশ্লিষ্ট বিষয়ত 50% নম্বৰ লৈ স্নাতকোত্তৰ ডিগ্ৰী।
  • লগতে B.Ed. ডিগ্ৰী বা Special Educational (Visual Impaired) ৰ ডিপ্লোমা আৰু শিক্ষাকতাৰ অভিজ্ঞতা থাকিব লাগিব।
  • দৰমহা: 20000 টকা ফিক্স।


2. ৱাৰডেন: 02 টা। (পুৰুষ-01, মহিলা-01)

  • অৰ্হতা: যিকোনো বিষয়ত স্নাতক।
  • দৰমহা: 15,000 টকা ফিক্স।


3. ব্ৰেইলী শিক্ষক: 01 টা

  • অৰ্হতা: যিকোনো বিষয়ত স্নাতক আৰু ব্ৰেইলী স্ক্ৰিপ্টৰ জ্ঞান থাকিব লাগিব।
  • দৰমহা: 15,000 টকা ফিক্স।


4. LDA: 01 টা

  • অৰ্হতা: উচ্চতৰ মাধ্যামিক আৰু কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।
  • দৰমহা: 12,000 টকা


5. নাইট চকীদাৰ: 01 টা।

  • অৰ্হতা: অষ্টম শ্ৰেণী।
  • দৰমহা: 10,000 টকা।


6. পিয়ন: 01 টা।

  • অৰ্হতা: অষ্টম শ্ৰেণী।
  • দৰমহা: 10,000 টকা।


7. ছুইপাৰ: 01 টা।

  • অৰ্হতা: অষ্টম শ্ৰেণী।
  • দৰমহা: 10,000 টকা।


Age Limit: 
আবেদনকাৰীৰ বয়স 18 ৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব। সংৰক্ষিত শ্ৰেণীৰ বাবে উচ্চ সীমা 44 বছৰ।

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 17/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনা:
To, The Member Secretary,
Selection Committee,
Guwahati Blind Higher Secondary School,
Basistha, Guwahati-29



Important Date
আবেদনৰ অন্তিম তাৰিখ: 17/08/2019

Important Link
Standard Form of Application: ইয়াত ক্লিক কৰক