অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

10 Aug 2019

ভাৰতীয় তেল নিগমৰ অসমত 176 টা পদত চাকৰি: আবেদনৰ অন্তিম তাৰিখ বঢ়াই দিয়া হৈছে, সোনকাল কৰক


IOCLRecruitment 2019

IOCL Recruitment 2019

ভাৰতীয় তেল নিগমত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা: 176  টা

1. Trade Apprentice in multiple disciplines: 70 টা

2. Technician Apprentice in multiple disciplines: 106 টা

অসমত থকা পদৰ সংখ্যা...

1. Trade Apprentice – Accountant
পদৰ সংখ্যা: 02 টা
শৈক্ষিক অৰ্হতা: সাধাৰণ আৰু ওবিছি প্ৰাৰ্থীৰ বাবে 50% নম্বৰ লৈ স্নাতক ডিগ্ৰী, এছ ছি/এছ টি/PwD ৰ বাবে 45% নম্বৰ লৈ স্নাতক ডিগ্ৰী

2. Trade Apprentice (Fitter/ Electrician/ Electronic Mechanic/ Instrument Mechanic/ Machinist)
পদৰ সংখ্যা: 12 টা
শৈক্ষিক অৰ্হতা: মেট্ৰিক আৰু সংশ্লিষ্ট ট্ৰেডত দুবছৰীয়া ITI ডিপ্লোমা।

3. Technician Apprentice (Mechanical/ Electrical/ Instrumentation/ Civil/ Electrical & Electronics/ Electronics)
পদৰ সংখ্যা: 21 টা
শৈক্ষিক অৰ্হতা: সাধাৰণ আৰু ওবিছি প্ৰাৰ্থীৰ বাবে 50% নম্বৰ লৈ 3 বছৰীয়া সংশ্লিষ্ট বিষয়ত ইঞ্জিনীয়াৰিঙ ডিপ্লোমা, এছ ছি/এছ টি/PwD ৰ বাবে 45% নম্বৰ লৈ 3 বছৰীয়া সংশ্লিষ্ট বিষয়ত ইঞ্জিনীয়াৰিঙ ডিপ্লোমা

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 পৰা 24 বছৰৰ ভিতৰত হব লাগিব।
2. OBC বাবে 3 বছৰ আৰু SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

IOCLRecruitment 2019: How to Apply


পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 18/08/2019  31/08/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 05/08/2019

2. অনলাইন আবেদন সমাপ্ত হব: 18/08/2019  31/08/2019

Important Link

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিক কৰক