অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Aug 2019

Assam Police Foreigners Tribunal Examination for Bechimari HS School, Darrang Has been Re-Scheduled, Re-Download Admit Now

Assam Police Foreigners Tribunal Examination for Bechimari HS School, Darrang Has been Re-Scheduled

Assam Police Foreigners Tribunal Examination for Bechimari HS School, Darrang Has been Re-Scheduled

অসম পুলিচৰ বিদেশী ন্যায়াধীকৰত খালী হোৱা 2000 টা Stenographer, UDA, LDA, Copist, Typist, Data Entry Operator পদৰ বাবে লিখিত পৰীক্ষা 11/08/2019 তাৰিখত অনুষ্ঠিত হৈ যায়।

কিন্তু কিছু বিজুতিৰ বাবে দৰং জিলাৰ বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পৰীক্ষা কেন্দ্ৰটোৰ আবেলি অনুষ্ঠিত হোৱা গ্ৰেজুৱেত লেভেল পৰীক্ষা বাতিল কৰা হৈছে আৰু এই পৰীক্ষা অহা 20 আগষ্ট, 2019 তাৰিখত অনুষ্ঠিত হব।

ইয়াৰ বাবে পৰীক্ষাৰ্থী সকলক নতুন এডমিত কাৰ্ড প্ৰদান কৰা হব। এডমিত সমূহ বিভাগীয় ৱেবছাইট ত অতিসোনকালে প্ৰকাশ কৰা হৈছে।

WhatsApp যোগেদি খবৰ পাবলৈ: ইয়াত ক্লিক কৰক

Assam Police Recruitment 2019 ৰ এডমিত ডাউনলোড কৰিবলৈ কি কৰিব?
1. তাৰ বাবে তলৰ লিংকত ক্লিক কৰিব।
2. তাৰ পিছত Re-Download Admit Card বিছাৰিব।
3. তাৰ পিছত তাত ক্লিক কৰিব।
4. আপোনাৰ Registration ID ভৰাই এডমিত ডাউনলোড কৰিব।

এডমিত কাৰ্ড ডাউনলোড: ইয়াত ক্লিক কৰক