অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Aug 2019

চিটি মিছন মেনেজমেণ্ট ইউনিট, কৰিমগঞ্জত চাকৰি: City Mission Management Unit, Karimganj Recruitment 2019 @Computer Operation


City Mission Management Unit, Karimganj Recruitment 2019


Last Date: 26/08/2019

City Mission Management Unit, Karimganj Recruitment 2019


City Mission Management Unit (CMMU), কৰিমগঞ্জত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Vacancy Details

পদৰ নাম: কম্পিউটাৰ অপাৰেটৰ

পদৰ সংখ্যা: 01 টা

দৰমহা: Rs. 15,000-18,000 প্ৰতি মাহে

অৰ্হতা: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব আৰু DCA/BCA.

অভিজ্ঞতা: Min. 2 বছৰৰ অভিজ্ঞতা আৰু documentation, reporting, Data analysis, অনলাইন monitoring activities in social community development projects জ্ঞান থাকিব লাগিব। আগতে চৰকাৰী কাম কৰাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব

বয়সৰ সীমা: 23-35 বছৰ

How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 26/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনা:
The City Project Officer,City Mission Management Unit,DAY-NULM, O/o Karimganj Municipal Boards,Main Road, Karimganj, Assam-788710

Last Date: 26/08/2019

Important Points:
1. আবেদনৰ লগত 2 কপি পাচপৰ্ট ফটো দিব লাগিব
2. সকলো শিক্ষাগত নথিপত্ৰৰ ফটোষ্টেট কপি জমা দিব লাগিব

Download Standard Form: ইয়াত ক্লিক কৰক