অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Aug 2019

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত চাকৰি: All India Radio Dibrugarh Recruitment 2019

All India Radio Dibrugarh Recruitment 2019

All India Radio Dibrugarh Recruitment 2019

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত তলত উল্লেখ কৰা ঠিকাভিত্তিক পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম:

  • Announcer (অসমীয়া)
  • Announcer (ইংৰাজী)
  • Presenter (Mising Dialect Programne)
  • Presenter (Tea Garden Programne)


বয়সৰ সীমা: সৰ্বাধিক 50 বছৰ।

শিক্ষাগত অৰ্হতা:
কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব আৰু লগতে সংশ্লিষ্ট ভাষাৰ জ্ঞান থাকিব লাগিব আৰু কণ্ঠ স্বৰ সুৱলা হব লাগিব।
সাম্প্ৰতিক ঘটনাৰাজিৰ সাম্যক জ্ঞান থাকিব লাগিব আৰু কম্পিউটাৰৰ কাম কৰিব পৰা হব লাগিব।

আবেদনৰ মাচুল: 300 টকাৰ আবেদন মাচুল তলত উল্লেখ কৰা বেংকত দিব লাগিব।

All India Radio Dibrugarh (Name of Bank: SBI)
Branch: Dibrugarh
Account Name : PB BCI AIR DIB RECEIPETS
Account Number:11027371666
IFSE Code: SBIN0000071

আবেদনৰ অন্তিম দিন: 14/09/2019

আবেদনৰ প্ৰত্ৰ: ইয়াত ক্লিক কৰক