অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Aug 2019

Flood and River Erosion Management Agency Recruitment 2019: FREMAA ত চাকৰিৰ সুযোগ

Flood and River Erosion Management Agency Recruitment 2019

FREMAA Recruitment 2019

FREMAA খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ  বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  02 টা

পদৰ নাম:

1. Chief Finance Officer
2. PA to CEO cum Senior Office Assistant

How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত  সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব
2. সাক্ষাৎকাৰৰ সময়ত বায়'ডাটা, অৰিজিনেল নথিসমূহ আৰু সকলো নথিৰ নিজেই attested কৰা ফটোষ্টেট কপি লগত আনিব লাগিব

Important Dates

সাক্ষাৎকাৰৰ তাৰিখ:

1. Chief Finance Officer:

  • Date: 17/08/2019
  • Time: 10 AM to 5 PM


2. PA to CEO cum Senior Office Assistant:

  • Date: 27/08/2019
  • Time: 10 AM to 5 PM



স্থান:
Flood and River Erosion Management Agency,
4th Floor, Nayantara Supermarket Building,
GS Road, Sixmile
Guwahati-22

পদসমূহৰ বাবে অৰ্হতা, দৰমহা আদিৰ বিষয়ে জানিবলৈ বিভাগীয় ৱেবচাইট http://www.fremaassamgov.in/ ৰ সহায় লব পাৰে।