অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Aug 2019

শংকৰদেৱ নেত্ৰালয়ত চাকৰি: Sankardeva Netralaya Recruitment 2019 @05Posts

Sankardeva Netralaya Recruitment 2019

Sankardeva Netralaya Recruitment 2019 

শংকৰদেৱ নেত্ৰালয়ত খালী হোৱা তলত উল্লেখ কৰা পদসমূহৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

পদৰ সংখ্যা: 05 টা

1. Secretary (Multitasking): 02 টা
অৰ্হতা: উচ্চতৰ মাধ্যমিক আৰু টেলীৰ ডিপ্লোমা
অভিজ্ঞতা: সৰ্বনিম্ন ছমাহৰ অভিজ্ঞতা বিছৰা হৈছে।

2. Project Supervisor: 02 টা
অৰ্হতা: Graguate/BSW/MSW
অভিজ্ঞতা: দুবছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
লগতে বাইক থাকিব লাগিব।

3. Optometrist (For Nagaon): 01 টা
অৰ্হতা: B.Sc. in Optometry
অভিজ্ঞতা: দুবছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
লগতে বাইক থাকিব লাগিব।

বয়স: 30 বছৰৰ ভিতৰত হব লাগিব।

কেনেকৈ আবেদন কৰিব:
ইচ্ছুক প্ৰাৰ্থীয়ে তলত দিয়া ঠিকনাত 15/08/2019 তাৰিখৰ ভিতৰত CV সহ আবেদন কৰিব লাগিব।

ঠিকনা:
The Manager (HR)
Sri Sankardeva Netralaya
96 Basista Road
Guwahati-28

Phone: 0361 2233444

Email: ssnhrm@gmail.com

Website: ssnguwahati.org