অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

8 Aug 2019

এল আই চি হাউচিঙ ফাইনন্সত 300 পদত চাকৰি: LIC Housing Finance Ltd Recruitment 2019 [300 Posts], Apply Online


LIC Housing Finance Ltd Recruitment 2019


LIC Housing Finance Ltd Recruitment 2019

এল আই চি হাউচিঙ ফাইনন্সত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে


1. Assistant

  • পদৰ সংখ্যা: 125 টা [Eastern region: 14 টা]
  • দৰমহা: 13980 - 32110 টকা
  • শিক্ষাগত অৰ্হতা: 55% নম্বৰ লৈ স্নাতক ডিগ্ৰী।


2. Associate

  • পদৰ সংখ্যা: 75 টা [Eastern region: 8 টা]
  • দৰমহা: 21270 - 50700 টকা
  • শিক্ষাগত অৰ্হতা: 60% নম্বৰ লৈ স্নাতক ডিগ্ৰী আৰু চিএ ইন্টাৰ।


3. Assistant Manager

  • পদৰ সংখ্যা: 100 টা
  • দৰমহা: 32815 - 61670 টকা
  • শিক্ষাগত অৰ্হতা: 60% নম্বৰ লৈ স্নাতক ডিগ্ৰী আৰু দুবছৰীয়া MBA/ MMS/ PGDBA/ PGDBM/PGPM/PGDM (60% নম্বৰ লৈ full time)


Note: প্ৰাৰ্থীসকলে কেৱল এটা পদতহে আবেদন কৰিব পাৰিব।

Age Limit


আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 21  পৰা 28 বছৰৰ ভিতৰত হব লাগিব।

Selection Process: Online Examination and Interview.

Application Fee:

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব…
  • Assistant: 500 টকা
  • Associate: 500:  টকা
  • Assistant Manager: 500 টকা


LIC Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 26/08/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

Important Dates

  • 1. অনলাইন আবেদন আৰম্ভ হব: 08/08/2019
  • 2. অনলাইন আবেদন সমাপ্ত হব: 26/08/2019


Important Link

----------------------------------
Aslo Read: