অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Aug 2019

Assam Postal Circle Recruitment 2019: Application Link for 919 Posts, Apply Now

Assam Postal Circle Recruitment 2019


Assam Postal Circle Recruitment 2019: Highlights



পদৰ সংখ্যা:
919 টা
পদৰ নাম:
গ্ৰামীণ ডাকসেৱক (GDS)
Edu. Qualification:
Metric Pass
বয়স:
18  পৰা 40 বছৰ

আবেদন মাচুল:

UR/OBC/EWS: 100 টকা
SC/ST/Female/PwD: Nil
অনলাইন আবেদন আৰম্ভ হব:
05/08/2019
আবেদনৰ অন্তিম তাৰিখ:
04/09/2019
সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক:





Assam Postal Circle Recruitment 2019: Application Link

আবেদন কৰাৰ বাবে তলত দিয়া লিংকত ক্লিক কৰিব। তাৰ পিছত
 
1. প্ৰথমতে Registration অপচনত গৈ আপোনাৰ তথ্য ভৰাই resister কৰিব।

2. Fee Payment অপচনত গৈ আবেদন মাচুল পৰিশোধ কৰিব। (কেৱল UR/OBC/EWS পুৰুষ প্ৰাৰ্থীৰ বাবে)

3. শেষত Apply Online অপচনত গৈ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব।


Apply Online: Click Here