অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Jul 2019

জুল'জিকেল চাৰ্ভে অব ইণ্ডিয়াত চাকৰি: Zoological Survey of India Recruitment 2019

Zoological Survey of India Recruitment 2019

Zoological Survey of India Recruitment 2019

জুল'জিকেল চাৰ্ভে অব ইণ্ডিয়া খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Zoological Survey of India Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  ১৮ টা
পদৰ নাম:
১/লাইব্ৰেৰী এণ্ড ইনফৰমেচন এচিছটেণ্ট (১০ টা)
২/অফিচ ছুপাৰিটেণ্ডেণ্ট (৮ টা)


Zoological Survey of India Recruitment 2019: Educational Qualification

১/ লাইব্ৰেৰী এণ্ড ইনফৰমেচন এচিছটেণ্ট :
পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা লাইব্ৰেৰী চাইন্স/লাইব্ৰেৰী এণ্ড ইনফৰমেচন চাইন্স বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব। লগতে 2 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।আৰু কম্পিউটাৰ এপ্লিকেচন ৰ ডিপ্লমাধাৰী হব লাগিব।

২/ অফিচ ছুপাৰিটেণ্ডেণ্ট:
পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব। লগতে ৰাজ্যিক/কেন্দ্ৰীয় চৰকাৰৰ একাউণ্ঠছ অথবা অডমিনিষ্ট্ৰেচন বিভাগ 2 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

Zoological Survey of India Recruitment 2019: Salary

১/লাইব্ৰেৰী এণ্ড ইনফৰমেচন এচিছটেণ্ট :
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে ৩০,৪০০ -১,১২,৪০০ টকা দৰমহা দিয়া হব।

২/অফিচ ছুপাৰিটেণ্ডেণ্ট:
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে ৩০,৪০০ -১,১২,৪০০ টকা দৰমহা দিয়া হব।

Zoological Survey of India Recruitment 2019: Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 43 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব


Zoological Survey of India Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত ০৮ আগষ্ট ২০১৯ তাৰিখৰ ভিতৰত সকলো নথিসহ আবেদন কৰিব লাগিব।

To, The Director,
Zoological survey of India,
M-Block, New Alipur,
Kolkata-,700053.

Zoological Survey of India Recruitment 2019: Important Dates

আবেদনৰ অন্তিম তাৰিখ: ০৮ আগষ্ট ২০১৯।

Official Website : Click Here