অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Jul 2019

ভাৰতীয় তেল নিগমত নিম্নবৰ্গৰ সহায়কৰ ১০ টা পদ খালী: Indian Oil Recruitment 2019

Indian Oil Recruitment 2019


আবেদনৰ অন্তিম তাৰিখ: ০৮/০৭/২০১৯

Indian Oil Recruitment 2019

অসমৰ দুলীয়াজানত থকা ভাৰতীয় তেল নিগমৰ কলকাতাস্থিত মূখ্য কাৰ্যালয়ত খালী হোৱা ১০ টা জুনিয়ৰ এচিছটেন্ট পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

Indian Oil Recruitment 2019: Details

পদৰ নাম: জুনিয়ৰ এচিছটেন্ট
পদৰ সংখ্যা: ১০ টা
ইয়াৰে...
Unreserved: ০৬ টা
OBC-NCL: ০২ টা
SC: ০২ টা
EWS: ০১ টা

Indian Oil Recruitment 2019: Educational Qualification

1. কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব।
2. কম্পিউটাৰৰ ছমহীয়া ডিপ্লোমা থাকিব লাগিব।
3. MS-Word/Excel/Power Point ৰ কাম জানিব লাগিব।

Indian Oil Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ১৩,৫০০ ৰ পৰা ২৮,০০০ টকা দৰমহা লাভ কৰিব।

Indian Oil Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স ১৮ ৰ পৰা ৩০ বছৰৰ ভিতৰত হব লাগিব।

Indian Oil Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া ঠিকনাত নিৰ্ধাৰিত প্ৰ-প্ৰত্ৰসহ সকলো নথিপত্ৰৰ ফটোষ্টেট কপি আৰু পাছপৰ্ট ফটো Speed Post ৰ জৰিয়তে পঠাব লাগিব।

আবেদন পঠোৱা ঠিকনা:
To, The Advertiser,
Oil India Ltd., 4,
India Exchange Place,
Kolkata-700001,
West Bengal

আবেদনৰ অন্তিম তাৰিখ: ০৮/০৭/২০১৯

Download Application Form: Click Here