অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Jul 2019

CJM গোৱালপাৰাত চকীদাৰ পদত নিযুক্তি: Chief Judicial Magistrate, Goalpara Recruitment of Chowkidar

CJM Goalpara Office Recruitment 2019


CJM Goalpara Office Recruitment 2019

Establishment of the The Chief judicial Magistrate, Goalpara ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে



CJM Goalpara Office Recruitment 2019Details of Posts

পদৰ সংখ্যা:  01  টা
পদৰ নামChowkidar

CJM Goalpara Office Recruitment 2019Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী  Class VIII উত্তীৰ্ণ কৰা হব লাগিব

CJM, Goalpara Office Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 12000--37500 টকা + GP: 3900 টকা হিচাপত দৰমহা দিয়া হব।



CJM Goalpara Office Recruitment 2019: Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 44 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

CJM Goalpara Office Recruitment 2019: Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

CJM Goalpara Office Recruitment 2019How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত তাৰিখৰ ভিতৰত Standard Form of Application  সকলো নথিসহ আবেদন কৰিব লাগিব
"The Chief Judicial Magistrate, Goalpara, Assam”

CJM Goalpara Office Recruitment 2019Important Dates

আবেদনৰ অন্তিম তাৰিখ: 17/07/2019



CJM Goalpara Office Recruitment 2019Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব
4. আবেদনৰ লগত 2 কপি পাচপৰ্ট ফটো দিব লাগিব
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব
6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা খাম এটা আবেদনৰ লগত দিব লাগিব

Standard Form of Application ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক