অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

11 Jul 2019

তেজপুৰ মেডিকেল কলেজত চাকৰি: Tezpur Medical College Recruitment 2019

Tezpur Medical College Recruitment 2019

Tezpur Medical College Recruitment 2019

তেজপুৰ মেডিকেল কলেজ হস্পিতালত খালী হোৱা নিম্ন উল্লেখিত CT Scan Technician পদত নিযুক্তিৰ বাবে সাক্ষাৎকাৰৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Tezpur Medical College Recruitment 2019

পদৰ নাম: CT Scan Technician

পদৰ সংখ্যা: 02 টা

Tezpur Medical College Recruitment 2019: Educational Qualification

শিক্ষাগত অৰ্হতা:

1. বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু ৰেডিঅ'গ্ৰাফী/CT টেকন'লজিত ডিপ্লোমা

Tezpur Medical College Recruitment 2019: Age

আবেদনকাৰীৰ বয়স ৩৮ বছৰৰ ভিতৰত হব লাগিব।

Tezpur Medical College Recruitment 2019: Salary

দৰমহা: প্ৰতিমাহে 15,500 টকা দৰমহা লাভ কৰিব।

Tezpur Medical College Recruitment 2019: How to Apply

ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে শিক্ষাগত অৰ্হতাৰ সকলো নথি তলত উল্লেখ কৰা ঠিকনাত 17/07/2019 তাৰিখত 9.30 বজাত সাক্ষাৎকাৰত উপস্থিত থাকিব লাগিব।

ঠিকনা:
Tezpur Medical College & Hospital,
Tezpur, Tumuki, Bihaguri,

Tezpur-784010, Sonitpur, Assam

Important Points:

1. সাক্ষাৎকাৰৰ বাবে কোনো ধৰণৰ TA/DA দিয়া নহয়।
2. পদটিত 6 মাহৰ বাবে নিযুক্তি দিয়া হব।

Important Date and Time:

সাক্ষাৎকাৰৰ তাৰিখ: 17/07/2019
সময়: পুৱা 9.30-10.30 বজাত।

Official Advertisement লিংক: ইয়াত ক্লিক কৰক
----------------------------------------------------------------------

অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক