অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 Jul 2019

ভাৰতীয় সেনা বাহিনীত 55 টা পদত নিযুক্তি | Indian Army Recruitment 2019: Apply Online 47th NCC SSC Officer Entry (55 Posts)

Indian Army Recruitment 2019

Indian Army Recruitment 2019: Highlight

অনলাইন আৰম্ভ হব: 10.07.2019
অনলাইন সমাপ্ত হব: 08.08.2019
নিযুক্তি স্থান: ভাৰতৰ যিকোনো ঠাইত
পদৰ সংখ্যা: 55 টা
আবেদন প্ৰক্ৰিয়া: অনলাইন


---------------------------------------------------------------------------------------

Indian Army Recruitment 2019

ভাৰতীয় সেনা বাহিনীৰ NCC Special Entry Scheme ৰ অধীনত খালী থকা 55 টা পদৰ বাবে 10/07/2019 পৰা 08/08/2019 তাৰিখলৈ ইচ্ছুক অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Indian Army Recruitment 2019 Details of Vacancies

পদৰ সংখ্যা: 55 টা [50 Posts for Men (UR-45, Wards of Battle Casualties-5) and 05 Posts for Women (UR-4, Wards of Battle Casualties-1)

Indian Army Recruitment 2019: Age Limit


NCC candidates (including wards of Battle Casualties)ৰ বাবে :  আবেদনকাৰীৰ বয়স01/01/2020 তাৰিখত 19 পৰা 25 বছৰৰ ভিতৰত হব লাগিব

Indian Army Recruitment 2019: Educational Qualification

1. কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব। 
2. NCC 'C' Certificate থাকিব লাগিব। NCC ত অতিকমেও দুবছৰ সেৱা আগবঢ়োৱা হব লাগিব।

Indian Army Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীয়ে কেন্দ্ৰীয় চৰকাৰৰ 7th CPC Pay Level-10 Rs. 56100-177500 হিচাপে দৰমহা লাভ কৰিব।

Indian Army Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে  10/072019 -08/08/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

Important Dates

1. অনলাইন আবেদন আৰম্ভ হব:  10/072019

2. অনলাইন আবেদন সমাপ্ত হব:  08/08/2019

Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিককৰক
------------------------------------------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক