অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

22 Jul 2019

ডিব্ৰুগড় ছিজেএমৰ অফিচত চাকৰি: CJM Office, Dibrugarh Recruitment 2019

CJM Office, Dibrugarh Recruitment 2019


CJM Office, Dibrugarh Recruitment 2019

Establishment of the The Chief judicial Magistrate, ডিব্ৰুগড়ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা Standard Form of Application ত আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


Details of Posts

পদৰ সংখ্যা:  01  টা
পদৰ নাম: অফিচ পিয়ন (পদটি এছ চি ৰ বাবে সংৰক্ষিত)


Educational Qualification

পদটোৰ বাবে আবেদনকাৰী  Class VIII উত্তীৰ্ণ কৰা হব লাগিব।


Salary:

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 12000--37500 টকা + GP: 3900 টকা হিচাপত দৰমহা দিয়া হব।


Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 44 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব


Application Fees:

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।


Also Read:
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।

Address: "The Chief Judicial Magistrate, Dibrugarh, PIN- 786001, Assam"

Important Dates
আবেদনৰ অন্তিম তাৰিখ: 28/07/2019

Important Points for Applicants
1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব।
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে।
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
4. আবেদনৰ লগত 2 কপি পাচপৰ্ট ফটো দিব লাগিব।
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।

Standard Form of Application ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক