অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 Jul 2019

অসম ৰাজ্যিক নগৰ জীৱিকা মিছন ছ'চায়তি, নলবাৰীত চাকৰি: Assam State Urban Livelihood Mission Society, Nalbari Recruitment 2019

Assam State Urban Livelihood Mission Society, Nalbari Recruitment 2019

Assam State Urban Livelihood Mission Society, Nalbari Recruitment 2019

অসম ৰাজ্যিক নগৰ জীৱিকা মিছন ছ'চায়তি, নলবাৰী অধীনত চিটি মিছন মেনেজমেণ্ট ইউনিটত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Posts

পদৰ সংখ্যা: 02 টা
পদৰ নাম:
1. CLC Manager: 01 টা
2. Office Assistant (Grade IV): 01 টা

Educational Qualification

1. CLC Manager: গ্ৰেজুৱেত
2. Office Assistant (Grade IV): মেট্ৰিক পাছ

Salary:

1. CLC Manager: 10,000 টকা
2. Office Assistant (Grade IV): 6,000 টকা

Age Limit:

আবেদনকাৰীৰ বয়স 18 ৰ পৰা 40 বছৰৰ ভিতৰত হব লাগিব।

Application Fees:

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

Also Read:
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

How to Apply:

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 02/08/2019 তাৰিখত সাক্ষাৎকাৰত উপস্থিত থাকিব লাগিব। সাক্ষাৎকাৰৰ সময়ত Standard Form of Application আৰু CV সম্পূৰ্ণ কৰি লগত লৈ আহিব লাগিব।

ঠিকনা: Nalbari Municipal Board, Nalbari. P.N.C. Road. Nalbari, PIN-781335
TIME: 11.00 AM onwards

Important Link

Standard Form of Application: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক