অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

22 Jul 2019

অসম ৰাইফলছত ৭৯টা পদত চাকৰি : Assam Rifles Recruitment 2019 [79 Posts]


Assam Rifles Recruitment 2019

অন্তিম তাৰিখ: 13/08/2019

Assam Rifles Recruitment 2019

অসম ৰাইফলছত Compassionate Ground ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  79 টা

পদৰ নাম:


1. Riflemen General Duty (GD): 29 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

2. Havildar Clerk: 11 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতাউচ্চতৰ মাধ্যমিক

3. Warrant Officer Personal Assistance: 02 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতাউচ্চতৰ মাধ্যমিক

4. Warrant Officer Radio Mechanic (RM): 02 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতাদশম শ্ৰেণীউচ্চতৰ মাধ্যমিক

5. Riflemen Electrician Fitter Signal(EFS): 01 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

6. Riflemen Upholster: 01 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

7. Riflemen Armourer: 02 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

8. Riflemen Electrician: 01 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

9. Riflemen Nursing Assistance: 03 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

10. Riflemen Carpenter: 01 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

11. Riflemen Cook: 14 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

12. Riflemen Female Attendant /AYA: 01 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

13. Riflemen Safai: 05 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

14. Riflemen Washerman : 01 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

15. Riflemen Barber : 02 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

16. Riflemen Equipment & Boot Repairer: 03 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

17. Riflemen Tailor: 01 টা পদ
বয়স: ১৮ পৰা ২৩ বছৰ
শিক্ষাগত অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ

পদসমূহৰ বাবে পুৰুষ আৰু মহিলা উভয়ে আবেদন কৰিব পাৰিব

How to Apply


ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 13/08/2019 তাৰিখৰ ভিতৰত নিদিষ্ট আবেদন প্ৰত্ৰত সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনাDirectorate General Assam Rifles (Recruitment Branch), Laitkor, Shillong, Meghalaya -793010.


Important Dates

আবেদনৰ অন্তিম তাৰিখ13/08/2019

Assam Rifles Recruitment 2019: Important Link

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াতক্লিককৰক