অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 Jul 2019

বিটিচি বন বিভাগত 92 পদ খালী: Central Selection Board BTC, Kokrajar Recruitment Notification 2019



Central Selection Board BTC, Kokrajar Recruitment Notification 2019

Central Selection Board BTC, Kokrajar Recruitment Notification 2019

মুঠ পদৰ সংখ্যা: 92 টা।

ইয়াৰে...

1. Forester-I

পদৰ সংখ্যা: 22 টা

দৰমহা: PB-2: 14000- 49000 টকা + GP-6200 টকা

অৰ্হতা: গ্ৰেজুৱেত

বয়স : 18 ৰ পৰা 25 বছৰ।

2. Forest Guard

পদৰ সংখ্যা: 70 টা

দৰমহা: PB-2: 14000- 49000 টকা + GP-5600 টকা

অৰ্হতা: উচ্চতৰ মাধ্যমিক।

বয়স : 18 ৰ পৰা 25 বছৰ।

আবেদন মাচুল: 
1. UR/OBC/MOBC: 150 টকা।
2. ST/SC: 100 টকা।

আবেদন মাচুল ট্ৰেজাৰী চালান/ IPO ৰ জৰিয়তে দিব লাগিব।

ট্ৰেজাৰী চালান Principal Secretary, BTC, Kokrajhar payable at Kokrajhar Treasury Office under the Head of Account-8443 Civil Deposit Personal Deposit ত দিব লাগিব।

IPO কাটিলে Member Secretary, CSB, Kokrajhar payable at Kokrajhar Head Post Office ত দিব লাগিব।

নিদিষ্ট আবেদন প্ৰত্ৰত (লিংক তলত দিয়া হৈছে) আবেদন কৰিব লাগিব। সম্পূৰ্ণ আবেদন প্ৰত্ৰ তলৰ ঠিকনাত 5 আগষ্ট, 2019 ৰ ভিতৰত আবেদন কৰিব লাগিব।

ঠিকনা:
The Member Secretary, Central Seleetion Board (CSB), BTC, Post Office Road, Kokrajhar, BTC (Assam), PIN Code-783370

আবেদন প্ৰত্ৰৰ বাবে: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

Also Read:
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক