অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 Jul 2019

বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্য্যলয়ত ক্ষেত্ৰ বিষয়াৰ চাকৰি:DC Office, Biswanath Recruitment 2019

DC Office, Biswanath Recruitment 2019

DC Office, Biswanath Recruitment 2019

বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্য্যলয়ত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদত নিযুক্তিৰ বাবে সাক্ষাৎকাৰৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Vacancies:

পদৰ নাম: Field Officer

পদৰ সংখ্যা: 01 টা

Place of Posting: হেলেম ৰাজহ চক্ৰ

Educational Qualification

শিক্ষাগত অৰ্হতা:

1. বিজ্ঞানৰ স্নাতক, নাইবা Statistics, Geography, Environmental Science বা Geology এটা বিষয় হিচাপে লৈ স্নাতক, নাইবা Civil Engineering বা Architecture ত ডিপ্লোমা

2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব ( MS Word / Excel I Power Point / Internet usage / Emails etc.)

3. BCA বা তাৰ সমপৰ্যায়ৰ কম্পিউটাৰ বিজ্ঞানৰ কোৰ্চ কৰা প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পাব।

Age Limit:

01/01/2019 তাৰিখত 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হব লাগিব। SC/ST/OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলে অসম চৰকাৰৰ নিয়ম অনুসৰি বয়সৰ উচ্চ সীমাৰ ৰেহাই লাভ কৰিব।

দৰমহা: প্ৰতিমাহে 20000 টকা দৰমহা লাভ কৰিব।

Also Read:
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

How to Apply

পদটিৰ বাবে অহা 25 জুলাই, 2019 তাৰিখে পুৱা 10 বজাত বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্য্যলয়ত সাক্ষাৎকাৰ অনুষ্ঠিত হব। সেইদিনা ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে পুৱা 10 বজাত সাক্ষাৎকাৰত উপস্থিত হব লাগিব।

ঠিকনা:
Deputy Commissioner Office, Biswanath

Interview Date: 25/07/2019

Interview Time: 10 a.m.

Interview Mraks: মুঠ 100 নম্বৰ।
ইয়াৰে...

  • Marks obtained in Graduation/Diploma level Exam - 50 marks. 
  • Knowledge of DM related issues - 20 marks. 
  • Knowledge of Computer - 20 marks. 
  • Attitude & personality traits - 10 marks. 

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াতক্লিককৰক