অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

6 Jun 2019

ৰাষ্ট্ৰীয় কেমিকেল আৰু ফাৰ্টিলাইজাৰ লিমিটেডত 237 পদত নিযুক্তি: RCFL Recruitment 2019

RCFL Recruitment 2019


Last Date: 13/06/2019


RCFL Recruitment 2019

ৰাষ্ট্ৰীয় কেমিকেল আৰু ফাৰ্টিলাইজাৰ লিমিটেডত তলত উল্লেখ কৰা পদসমূহৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।


RCFL Recruitment 2019: Details

মুঠ পদৰ সংখ্যা: 237 টা

পদসমূহ হ'ল:
১/ এটেনডেন্ট: 40টা
২/ লেব'টৰী এছিছটেন্ট: 05টা
৩/ ইনস্ট্ৰুমেন্ট মেকানিক: 20টা
৪/ মেইনটেনেনছ মেকানিক: 20টা
৫/ ইলেকট্ৰিছিয়ান: 17টা
৬/ ব্ৰয়লাৰ এটেনডেন্ট: 02টা
৭/ মেচিনিষ্ট: 02টা
৮/ ৱেল্ডাৰ: 02টা
৯/ ষ্টেন'গ্ৰাফাৰ: 20টা
১০/ ছেক্ৰেটেৰিয়েল এচিছটেন্ট: 10টা
১১/ হৰ্টিকালছাৰ এচিছটেন্ট: 02টা
১২/ হাউচকিপাৰ: 05টা
১৩/ ফুড প্ৰডাকচন: 04টা
১৪/ এগজিকিউটিভ (HR): 06টা
১৫/ মাৰ্কেটিং এগজিকিউটিভ: 15টা
১৬/ ডিপ্লোমা ট্ৰেড এপ্ৰেনটিচ: 67টা

RCFL Recruitment 2019: Qualification

অৰ্হতা:
পদসমূহৰ বাবে প্ৰাৰ্থীয়ে কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা B.Sc./Graduate Degree/ MBA/ MSW/ Engineering Diploma লাভ কৰা হব লাগিব।


RCFL Recruitment 2019: How to Apply

আৱেদনৰ প্ৰক্ৰিয়া:
পদসমূহৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে অনলাইন যোগেদি অহা 13 জুনৰ আৱেদন কৰিব লাগিব।

RCFL Recruitment 2019: Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

পদসমূহ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, সংৰক্ষণ, দৰমহা আদিৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰিব পাৰে।

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক