অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

6 Jun 2019

ৰাষ্ট্ৰীয় গ্ৰামীণ অৰ্থনৈতিক পৰিৱৰ্তন প্ৰকল্পৰ অধীনত চাকৰি: ASRLMS Recruitment 2019

ASRLMS Recruitment 2019:

ASRLMS Recruitment 2019

ৰাষ্ট্ৰীয় গ্ৰামীণ অৰ্থনৈতিক পৰিৱৰ্তন প্ৰকল্প (NRETP)ৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনত খালী হোৱা তলত উল্লেখ কৰা পদ সমূহত ঠিকাভিত্তিক নিযুক্তিৰ বাবে অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।


ASRLMS Recruitment 2019: Details of Posts

মুঠ পদৰ সংখ্যা: 83 টা

বিভিন্ন বিভাগৰ পদসমূহ হল-
1. Project Manager (DF): 01 টা
2. Project Manager (VC & FL): 01 টা
3.Project Manager (EPNF): 01 টা
4. Young Professional: 20 টা
5. Block Coordinator (FI): 20 টা
6. Block Coordinator (FL):20 টা
7. Block Coordinator (NF): 20 টা

ASRLMS Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। অহা 8 জুন, 2019 তাৰিখত পুৱা 10 বজাত এই লিংক একটিভ হব। তেতিয়াৰ পৰা ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব।

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক


ASRLMS Recruitment 2019: Qualification

পদসমূহ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, সংৰক্ষণ, দৰমহা আদিৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰিব পাৰে।

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক


ASRLMS Recruitment 2019: Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 08/06/2019, 10.00 AM

2. অনলাইন আবেদন সমাপ্ত হব: 30/06/2019, 11.50 PM

-------------------------------
Related Post:
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনত পদত চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক