অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Jun 2019

অসম লোকসেৱা আয়োগৰ কম্পিউটাৰ অপাৰেটৰ পদৰ লিখিত পৰীক্ষাৰ তাৰিখ, এডমিত কাৰ্ড আৰু চিলেবাছ: APSC Computer Operator Recruitment 2019

APSC Computer Operator Recruitment 2019

APSC Computer Operator Recruitment 2019

অসম লোকসেৱা আয়োগ চমুকৈ APSC ৰ অধীনত খালী হোৱা 17 টা Computer Operator পদত নিযুক্তিৰ বাবে হব লগা লিখিত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে।


APSC Computer Operator Recruitment 2019: Details of Posts

পদৰ নাম: Computer Operator
পদৰ সংখ্যা: 17 টা

APSC Computer Operator Recruitment 2019: Schedule of Written Test

লিখিত পৰীক্ষাৰ সময়সূচী এনেধৰণৰ....

1. পৰীক্ষাৰ তাৰিখ: 23/06/2019

2. সময়: 10 AM to 12 Noon

3. স্থান: APSC অফিচ, খানাপাৰা

APSC Computer Operator Recruitment 2019: Syllabus

1. সাধাৰণ ইংৰাজী: 40 নম্বৰ
2. কম্পিউটাৰ থিয়ৰী: 40 নম্বৰ
3. সাধাৰণ জ্ঞান: 20 নম্বৰ

APSC Computer Operator Recruitment 2019: Admit Card

লিখিত পৰীক্ষা বাবে এডমিত কাৰ্ড সমূহ অহা 18/06/2019 তাৰিখৰ পৰা আয়োগৰ ৱেবছাইটত উপলদ্ধ হব। প্ৰাৰ্থীসকলে তাৰ পৰা নিজৰ নিজৰ এডমিত কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব।


APSC Computer Operator Recruitment 2019: Selection List for Written Test

লিখিত পৰীক্ষাৰ বাবে যোগ্য প্ৰাৰ্থী সকলৰ তালিকা 15/06/2019 তাৰিখত আয়োগৰ ৱেবছাইটত আপলোড কৰা হব। গতিকে প্ৰাৰ্থী সকলে তেওঁলোকৰ নাম আহিছে নে নাই সেয়া চাই লব পাৰিব আৰু ৰোল নম্বৰ চাব পাৰিব।

Select List of Candidates: Download Now

Reject List of Candidates: Download Now

APSC Computer Operator Recruitment 2019: Important Note for Candidates

1. কোনো ধৰণৰ Call Letter প্ৰেৰণ কৰা নহয়। Call Letter সমূহ ৱেবচাইটৰ পৰা ডাউনলোড কৰি লব লাগিব।
2. কিবা অসুবিধাৰ সন্মুখীন হলে 0361-2365426 নম্বৰত 19/06/2019 তাৰিখত অফিচ সময়ত যোগাযোগ কৰিব পাৰে।

Official Notification: ইয়াত ক্লিক কৰক

APSC ৰ ৱেবছাইট: ইয়াত ক্লিক কৰক