অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 Jun 2019

জনস্বাস্থ্য কাৰিকৰী বিভাগ অসমত চাকৰি: PHED, Assam Recruitment 2019

PHED, Assam Recruitment 2019


PHED, Assam Recruitment 2019

PHED ত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী  সাক্ষাৎকাৰৰ বাবে কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  ১ টা
পদৰ নাম:
১/ চিস্তেম এনালিস্ট কাম ডাটা এনালিস্ট ( System analyst cum Data analyst)।

PHED, Recruitment 2019: Educational Qualification


I)পদটোৰ বাবে প্ৰাৰ্থী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ এপ্লিকেচন  অথবা কম্পিউটাৰ চাইন্স ত /ইনফেকচন টেকনলজি ত M.Sc  ডিগ্ৰী লাভ কৰা হব লাগিব।
             অথবা
ii) পদসমূহৰ বাবে প্ৰাৰ্থীয়ে কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা B.E/B.Tech in computer Engineering or computer science or Information Technology  ৰ ডিগ্ৰী  লাভ কৰা হব লাগিব।

iii) ৩-৪ বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

PHED, Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে ৫০,০০০ টকা  দৰমহা দিয়া হব।

PHED, Recruitment 2019: Age Limit

1.প্ৰাৰ্থী ৰ বয়স 01/01/2019 তাৰিখত ৩৮ বছৰৰ ভিতৰত হব লাগিব।

PHED, Recruitment 2019: How to Apply

সাক্ষাৎকাৰৰ তাৰিখ: ০৯/০৭/২০১৯
সময়: পুৱা ১১ বজাত।
সাক্ষাৎকাৰ ৰ স্থান:
Water and Sanitation Support Organization,
PHED campus (opp. Balaji Temple),
Betkuchi, Guwahati-35

( Sd/
Director, WSSO, Betkuchi, PHED, Assam, Guwahati-35)