অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

28 Jun 2019

Directorate of Land Records & Survey, Assam Recruitment 2019


Directorate of Land Records & Survey, Assam Recruitment 2019

Directorate of Land Records & Survey, Assam Recruitment 2019

Directorate of Land Records & Survey, Ghy- 32 , Assam ত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Directorate of Land Records & Survey, Assam Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  ৩ টা
পদৰ নাম:
১/ কম্পিউটাৰ প্ৰফেচনেল।

Directorate of Land Records & Survey, Assam Recruitment 2019: Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা M.Sc. (IT)/MCA/B.Tech/B.E.(Comp.Sc নতুবা ছফ্টৱেৰ ইঞ্জিনীয়াৰিং ত স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।লগতে ২বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।
 

Directorate of Land Records & Survey, Assam Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে ২৫,০০০টকা দৰমহা দিয়া হব।

Directorate of Land Records & Survey, Assam Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 40 বছৰৰ ভিতৰত হব লাগিব।

Directorate of Land Records & Survey, Assam Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে ০৬/০৭/২০১৯ তাৰিখে পুৱা ১০:৩০ বজাত Standard Form of Application আৰু সকলো নথিসহ সাক্ষাৎকাৰ বাবে নিৰ্বাচন কমিটি ৰ সন্মুখত উপস্থিত হব লাগিব।

সাক্ষাৎকাৰ ৰ স্থান:
Conference hall
Directorate of Land Records & Survey,
Guwahati- 32 , Assam