অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

26 Jun 2019

টাটা মটৰ ডিলাৰচীপ, লখিমপুৰত চাকৰি: Tata Motors Recruitment 2019

Tata Motors Recruitment 2019

Tata Motors Recruitment 2019

টাটা মটৰ ডিলাৰচীপ, লখিমপুৰ ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Tata Motors Recruitment 2019: Details of Posts

পদৰ নাম:
১/ ওৱৰ্কচপ মেনেজাৰ।

২/ চেলছ্ মেনেজাৰ।

৩/ সহকাৰী পাৰ্চ্ মেনেজাৰ।

৪/ হিউমেন ৰিচৰ্ছ (HR) মেনেজাৰ।

৫/ ডিলাৰ চেলছ্ মেনেজাৰ।

Tata Motors Recruitment 2019: Educational Qualification


১/ ওৱৰ্কচপ মেনেজাৰ- এম. টেক./ বি. টেক (মেকানিকেল) লগতে ২-৪ বছৰৰ অভিজ্ঞতা।

২/ চেলছ্ মেনেজাৰ- এম. বি. এ. ( মাৰ্কেটিংত) লগতে ২-৪ বছৰৰ অভিজ্ঞতা।

৩/ সহকাৰী পাৰ্চছ মেনেজাৰ- স্নাতক লগতে ১-৩ বছৰৰ অভিজ্ঞতা।

৪/ হিউমেন ৰিচৰ্ছ (HR) মেনেজাৰ-এম. বি. এ.(HR) লগতে ১-৩ বছৰৰ অভিজ্ঞতা।

৫/ ডিলাৰ চেলছ্ মেনেজাৰ- স্নাতক লগতে ১-৩ বছৰৰ অভিজ্ঞতা।

Tata Motors Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে  বায়'ডাটা  gmplclaims@gmail.com ত পঠিয়াৱ পাৰিব।

আবেদনৰ অন্তিম তাৰিখৰ: ৩০ জুন ২০১৯ ।

সবিশেষ তথ্য ৰ বাবে ৯৮৫৪০৬৭৭১০/৯৮৫৪০৮৮৬৪১ নম্বৰ ত ফোন কৰিব পাৰে।

ঠিকনা: কমলাবাৰীয়া, ডাকঘৰ: হাতীলুঙ, লখিমপুৰ, অসম।