অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

24 Jun 2019

ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমত পদ খালী: National Minorities Development & Finance Corporation Recruitment 2019

NMDFC Recruitment 2019


National Minorities Development & Finance Corporation (NMDFC) Recruitment 2019

ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

National Minorities Development & Finance Corporation (NMDFC) Recruitment 2019: Details of Posts

পদৰ সংখ্যা: ৯  টা
পদৰ নাম:
১/ জেনেৰেল মেনেজাৰ (কমন মেনেজমেণ্ট ছাৰ্ভিছ)- ১টা

২/ ডেপুটি জেনেৰেল মেনেজাৰ (কমন মেনেজমেণ্ট ছাৰ্ভিছ)- ১টা

৩/ এছিছটেণ্ট জেনেৰেল মেনেজাৰ (কমন মেনেজমেণ্ট ছাৰ্ভিছ)- ১টা

৪/ মেনেজাৰ (ফাইনেন্স এণ্ড একাউণ্টছ)- ২টা

৫/ ডেপুটি মেনেজাৰ (জেনেৰেল ষ্টীৰ্ম)‌- ১টা

৬/ ডেপুটি মেনেজাৰ (ফাইনেন্স এণ্ড একাউণ্টছ)- ৩টা

National Minorities Development & Finance Corporation (NMDFC) Recruitment 2019: Salary

১/ জেনেৰেল মেনেজাৰ (কমন মেনেজমেণ্ট ছাৰ্ভিছ)- IDA scale of Rs.100000-260000 (E7)

২/ ডেপুটি জেনেৰেল মেনেজাৰ (কমন মেনেজমেণ্ট ছাৰ্ভিছ)- IDA scale of Rs.90000-240000 (E6)

৩/ এছিছটেণ্ট জেনেৰেল মেনেজাৰ (কমন মেনেজমেণ্ট ছাৰ্ভিছ)- IDA scale of Rs.80000-220000 (E5)

৪/ মেনেজাৰ (ফাইনেন্স এণ্ড একাউণ্টছ)- IDA scale of Rs.60000-180000 (E3)

৫/ ডেপুটি মেনেজাৰ (জেনেৰেল ষ্টীৰ্ম)‌- IDA scale of Rs.40000-140000 (E1)

৬/ ডেপুটি মেনেজাৰ (ফাইনেন্স এণ্ড একাউণ্টছ)- IDA scale of Rs.40000-140000 (E1)

National Minorities Development & Finance Corporation (NMDFC) Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে ২২ জুলাই তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব।

National Minorities Development & Finance Corporation (NMDFC) Important Points

 পদসমূহৰ বাবে শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, আবেদন পত্ৰ আদিৰ বাবে বিভাগীয় ৱেবছাইট চাব পাৰে।

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

বিভাগীয় ৱেবচাইট: ইয়াত ক্লিক কৰক