অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

24 Jun 2019

আজমল ফাউণ্ডেচনত বিভিন্ন পদত চাকৰি: Ajmal Foundation Recruitment 2019

Ajmal Foundation Recruitment 2019


Ajmal Foundation Recruitment 2019

হোজাইৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনত বিভিন্ন খালী পদ পূৰণৰ বাবে অৰ্হতা সম্পন্ন আৰু উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

Ajmal Foundation Recruitment 2019:

পদসমূহ:
১/ Creative Content Writer:
২/ গ্ৰাফিক ডিজাইনাৰ


Ajmal Foundation Recruitment 2019

যোগ্যতা:
১/ Creative Content Writer: সংশ্লিষ্ট বিষয়ত  দখল থকা হব লাগিব।
২/ গ্ৰাফিক ডিজাইনাৰ: ফটোচপ, কৰেলড্ৰ, এম এচ অ'ফিচ আদি ত অভিজ্ঞ হব লাগিব।

আৱেদন ৰ অন্তিম তাৰিখ: ২৮ জুন ২০১৯

Ajmal Foundation Recruitment 2019

আৱেদন ৰ প্ৰক্ৰিয়া: আৱেদনকাৰীয়ে তেওলোকৰ বায়ডাটা careers@ajmalfoundation.org ত মেইল কৰিব পাৰে।