অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

5 Jun 2019

অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ত চাকৰি: Directorate of Museum Assam Recruitment 2019

Directorate of Museum Assam Recruitment 2019

আবেদনৰ অন্তিম তাৰিখ: 10 July, 2019


Directorate of Museum Assam Recruitment 2019


অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ত খালী হোৱা তলত উল্লেখ কৰা পদত  নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত অসমৰ পাৰ্থীৰ পৰা Standard Form of Application ত আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।


Directorate of Museum Assam Recruitment 2019: Details of Posts


পদৰ সংখ্যা: 03  টা

পদৰ নাম:

1. জুনিয়ৰ এচিছটেন্ট: 02 টা
পদ দুটা অসংৰক্ষিত।

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী...
1. কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব, আৰু
2. কম্পিউটাৰৰ অতিকমেও 6 মহীয়া ডিপ্লোমা থাকিব লাগিব। Basic Computer Application like MS-Office, Tally, Internet আদিত বুৎপত্তি থাকিব লাগিব।
3. তদুপৰি অসমীয়া আৰু ইংৰাজী DTP ৰ অভিজ্ঞতা থাকিব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,000 টকা + GP: 6,200 টকা হিচাপত দৰমহা দিয়া হব।

Directorate of Museum Assam Recruitment 2019


2. ব্লকিং এচিছটেন্ট: 01 টা
পদটি অসংৰক্ষিত।

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী...
1. কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ কৰা হব লাগিব, আৰু
2. কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,000 টকা + GP: 5,600 টকা হিচাপত দৰমহা দিয়া হব।

Directorate of Museum Assam Recruitment 2019: Age Limit


1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 43 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।


Directorate of Museum Assam Recruitment 2019: Application Process


ইচ্ছুক পাৰ্থী সকলে 10/07/2019 তাৰিখ বা তাৰ আগতে নিম্নলিখিত ঠিকনাত সম্পূৰ্ণ নথি সহ ডাক যোগেদি আবেদন কৰিব লাগিব।
" To, The Office of the Directorate of Museum
Ambari, Assam
Guwahati-01"

Directorate of Museum Assam Recruitment 2019: Important Points for Applicants


1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব। PRC ৰ ফটোষ্টেট কপি আবেদনৰ লগত জমা দিব লাগিব।
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে।
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
4. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো জমা  লাগিব।
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card আদিৰ নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।
7. আবেদনকাৰীক লিখিত পৰীক্ষাৰ আৰু কম্পিউটাৰ টেষ্টৰ দ্বাৰা বাচনি কৰা হব।
8. কোনো ধৰণৰ মৌখিক পৰীক্ষা নহব।

আবেদনৰ অন্তিম তাৰিখ: 10 July, 2019

Standard Form of Application: ডাউনলোড কৰক