অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

5 Jun 2019

অসম মাধ্যামিক শিক্ষা সংসদ (ছেবা) ত চাকৰি: Board of secondary education, Assam Recruitment 2019

Board of secondary education, Assam Recruitment 2019

আৱেদনৰ অন্তিম তাৰিখ: ১৯ জুন ২০১৯

Board of secondary education, Assam Recruitment 2019

অসম মাধ্যামিক শিক্ষা সংসদ ছেবা ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে Standard form ৰ জৰিয়তে ইছ্যুক প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে‌।


Board of secondary education, Assam Recruitment 2019: Details of Vacancy

পদসমূহ হ'ল:
পদৰ সংখ্যা: 02  টা

পদৰ নাম: Accounts Assistant (ঠিকাভিক্তিক)

Board of secondary education, Assam Recruitment 2019: Educational Qualification

শৈক্ষিক যোগ্যতা:
1. প্ৰাৰ্থী বানিজ্য শাখাত  ৫০% সহ স্নাতক হোৱাৰ লগতে চৰকাৰী অনোমুদিত সংস্থা ৰ পৰা কম্পিউটাৰ ডিপ্লমাধাৰী হব লাগিব।
2. চৰকাৰী বা বেচৰকাৰী অনুস্থান ত ৩ বচৰৰ উক্ত পদত কৰ্ম অভিজ্ঞতা থাকিব লাগিব। লগতে প্ৰাৰ্থী ERP/Excel জনাতো বাঞ্ছনীয়।

Board of secondary education, Assam Recruitment 2019: Age

প্ৰাৰ্থীৰ বয়সৰ সময়সীমা ২১ পৰা ৪৩ বছৰৰ ভিতৰত হ'ব লাগিব (০১-০১-২০১৯ ৰ মতে)।

Board of secondary education, Assam Recruitment 2019: Salary


দৰমহা মাহিলী: ১৫,০০০ টকা ( লগতে ৩% হাৰত বাৰ্ষিক বানচ)।

Board of secondary education, Assam Recruitment 2019: Apply Fees


আৱেদনৰ মাচুল: প্ৰাৰ্থীয়ে ২০০ টকা মাছুল ড্ৰাফ্টযোগে ছেবা ক উদ্দেশ্য কৰি যিকোনো বেংক যোগে পঠাব পাৰিব চালানযোগে Apex bank ৰ যোগে পঠাব পাৰিব। চালান ছেবা কাৰ্য্যালয় ত পাৱ।

Board of secondary education, Assam Recruitment 2019: How to Apply

ইচ্ছুক পাৰ্থী সকলে 19/06/2019 তাৰিখ বা তাৰ আগতে নিম্নলিখিত ঠিকনাত সম্পূৰ্ণ নথি সহ  আবেদন কৰিব লাগিব।
To, The Secretary
Board of Secondary Education, Assam
Bamunimainam
Guwahati-21


আৱেদনৰ অন্তিম তাৰিখ: ১৯ জুন ২০১৯।
Standard Form of Application: ডাউনলোড কৰক